ETV Bharat / state

শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধীক্ষকক গ্ৰেপ্তাৰ - অধীক্ষক

অধীক্ষক ডাঃ অনিন্দসুন্দৰ বৈশ্যৰ বিৰুদ্ধে প্ৰায় তিনি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ!

শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধীক্ষকক গ্ৰেপ্তাৰ
author img

By

Published : May 10, 2019, 12:00 PM IST

শিলচৰ,১০ মেঃ আৰক্ষীৰ জালত শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধীক্ষক ডাঃ অনিন্দসুন্দৰ বৈশ্য। প্ৰায় তিনি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত পূৰ্বে নিলম্বন হৈছিল অধীক্ষক ডাঃ অনিন্দসুন্দৰ বৈশ্য। পুনৰ সেই একেটা গোচৰতে বৃহস্পতিবাৰে নিশা অধীক্ষক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উক্ত গোচৰতে অভিযুক্ত বিদ্যুৎ বৰ্মন নামৰ লোকজন বৰ্তমানেও পলাতক অৱস্থাত থকাৰ বিপৰীতে জামিনত আছে আনজন অভিযুক্ত ডাঃ কল্লোল ভট্টাচাৰ্য।

শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধীক্ষকক গ্ৰেপ্তাৰ

যোৱা বহু বছৰ ধৰি খাদ্য সামগ্ৰী ক্ৰয় আৰু প্ৰদান তথা চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰী আৰু যন্ত্ৰপাতি ক্ৰয়ৰ নামত কেইবা লক্ষাধিক টকাৰ আত্মসাৎ কৰাৰ অভিযোগ ব্যক্তি কেইজনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও ঘটনা সন্দৰ্ভত পাপ্পু ৰবিদাস আৰু এ. তাঁতী নামৰ মেডিকেলখনৰ দুজন অস্থায়ী কৰ্মীক আটক কৰিছিল আৰক্ষীয়ে।

News Silchar 
প্ৰায় তিনি কোটি টকা নয়ছয়ৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেলপ কলেজৰ প্ৰাক্তন সুপাৰিনটেনডেন্ট ডাক্তাৰ অনিন্দসুন্দৰ বৈশ্যক যোৱা ৰাতি একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে| একে অভিযোগে অভিযুক্ত আন এজন কেশিয়াৰ বিদ্যুৎ বৰ্মন পলাতক, আন অভিযুক্ত ডা. কল্লোল ভট্টাচাৰ্য জামিন লৈ আছে| শিলচৰ মেডিকেলত যোৱা বহু বছৰ ধৰি খোৱাৰ বায়বস্তু ক্ৰয়, সৰবৰাহ, প্ৰদানৰ নামত লক্ষ লক্ষ টকা আত্মসাৎ, চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰি, যন্ত্ৰপাতি ক্ৰয়ত মোটা টকা আত্মসাৎ, বিভিন্ন ফি. নিজৰ নামৰ একাউন্টত জমা কৰা, নানা সিতানৰ অৰ্থ তছৰুপ, হাসপাতালৰ কমতকৈ চাৰি/ পাঁচ কোটি টকা আত্মসাতৰ কেইবাটাও মামলাৰ ভিত্তিত পুলিচ তদন্তত নামি ডা. বৈশ্যক গ্ৰপ্তাৰ কৰে| তাৰ অাগতে পাপ্পু ৰবিদাস আৰু এ তাঁতী নামৰ দুজন অস্থায়ী কৰ্মীক একে মামলাত আটক কৰিছিল....
Footage from
Slug Silchar Medical college 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.