ETV Bharat / state

নামভৰ্তিক লৈ শিলচৰ কলেজত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ

কলেজত ছাত্ৰৰ নামভৰ্তিৰ নামত একাংশ শিক্ষক, ছাত্ৰ নেতা আৰু দালালৰ ৰমৰমীয়া বাণিজ্য বন্ধ কৰাৰ দাবীত সোমবাৰে উত্তাল হৈ পৰে শিলচৰৰ কাছাৰ কলেজ চৌহদ ৷

নামভৰ্তিক লৈ শিলচৰ কলেজত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ
author img

By

Published : Jun 24, 2019, 11:31 PM IST

শিলচৰ 24 জুনঃ কলেজত ছাত্ৰৰ নামভৰ্তিৰ নামত একাংশ শিক্ষক, ছাত্ৰ নেতা আৰু দালালৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ দাবীত সোমবাৰে উত্তাল হৈ পৰে শিলচৰৰ কাছাৰ কলেজ চৌহদ ৷ কলেজত আবেদন কৰিও নামভৰ্তি কৰিব নোৱাৰাত অভিভাৱক সকলে সোমবাৰে কলেজৰ মূল গেটৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ কাছাৰ কলেজত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিক লৈ বহু বছৰ ধৰি এনে অনিয়ম চলি আহিছে বুলি ক্ষোভ উজাৰিলে অভিভাৱক সকলে ৷ কলেজত নামভৰ্তিৰ সুযোগ নাপালে শতাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব ৷ যাৰ বাবে দায়ী হ'ব কলেজ কৰ্তৃপক্ষ বুলি জনায় বিক্ষোভকাৰী সকলে ৷

News Silchar 
শিলচৰৰ কলেজত ছাত্ৰ বিক্ষোভ 

ছাত্র ভর্তিৰ নামত একাংশ শিক্ষক, ছাত্ৰ নেতা আৰু দালালৰ ৰমৰমা বাণিজ্য বন্ধ কৰাৰ  দাবিত আজি  উত্তাল হৈ পড়ে শিলচৰৰ কাছাড় কলেজ চত্বৰ। ভর্তির বাবে আবেদন কৰি কলেজত জায়গা  না পাই পড়ুয়াসহ অভিবাবক সকলো  সোমবাৰ কলেজেৰ মূল গেটৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে।
কাছাড় কলেজত ছাত্র-ছাত্রীৰ ভর্তি লৈ বহু বছৰ ধৰি এনে ছিনিমিনি খেলা চলিছে অভিযোগ কৰে তেওঁ ।কলেজত ভর্তিৰ সুযোগ না পালে কয়েক শতাধিক মাধ্যমিক পাশ ছাত্র-ছাত্রীৰ কলেজত পড়াৰ স্বপ্ন অধৰা থাকি যাব । তাৰ বাবে দায়ী থাকিব কলেজ কর্ত্বৃপক্ষ বুলি সাফ জনায় বিক্ষোভকাৰী সকলে। বাইট-----
Footage FTP
Slug Silchar Cachar College
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.