শিলচৰ, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ আয়োজন কৰা হৈছে ৷ শিলচৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা একতা দৌৰ চহৰ খনৰ মাজ মজিয়াৰে উলিওৱাৰ উপৰিও শান্তি শোভাযাত্ৰা কাৰ্যসুচীৰ ৰূপায়ণ কৰে ৷ এই অনুষ্ঠানত শিলচৰ জিলাৰ উপায়ুক্ত লয়া মাধুৰীয়ে ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামত বৰঙণি যোগোৱা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় । লগতে বিভিন্ন দল সংগঠনৰ উপৰিও বহু খেলুৱৈ, ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।
শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ - Run for Freedom news
শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা চহৰ খনৰ মাজ মজিয়াৰে উলিওৱা হয় একতা দৌৰ ৷

প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন
শিলচৰ, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ আয়োজন কৰা হৈছে ৷ শিলচৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা একতা দৌৰ চহৰ খনৰ মাজ মজিয়াৰে উলিওৱাৰ উপৰিও শান্তি শোভাযাত্ৰা কাৰ্যসুচীৰ ৰূপায়ণ কৰে ৷ এই অনুষ্ঠানত শিলচৰ জিলাৰ উপায়ুক্ত লয়া মাধুৰীয়ে ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামত বৰঙণি যোগোৱা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় । লগতে বিভিন্ন দল সংগঠনৰ উপৰিও বহু খেলুৱৈ, ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।
প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন
প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন
Intro:শিলচর 14 আগস্ট :--- কাছাড় জিলাত স্বাধীনতা দিবসৰ কার্যসূচিৰ অঙ্গ হিসাবে আজি পুৱা 14 আগস্ট তারিখে ইউনিটি ৰান অর্থাৎ একতা দৌড় অনুষ্ঠিত হয়l
Body:শিলচর 14 আগস্ট :--- কাছাড় জিলাত স্বাধীনতা দিবসৰ কার্যসূচিৰ অঙ্গ হিসাবে আজি পুৱা 14 আগস্ট তারিখে ইউনিটি ৰান অর্থাৎ একতা দৌড় অনুষ্ঠিত হয়l
14 আগস্ট পুৱা ছয়টাত কাছাৰৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা এই একতা দৌড় আৰম্ভ হৈ চহৰৰ বিভিন্ন পথ পৰা ক্ৰমে কৰি আকৌ উক্ত কার্যালয় চত্বৰত আহি সামৰণি হয় l আজি আবেলি ছয়টাত আকৌ ইয়াৰ পৰা এটা শান্তি শোভাযাত্রা উলোয়া হব আৰু এই শোভা যাত্রা শিলচৰৰ গান্ধী বাগ গৈ প্রদীপ প্রজ্জ্বলন কৰি শিলচৰ ডাকবাংলো চত্বৰত আহি সমাপ্তি হবা
আজিৰ এই একতা দৌড় ও শোভাযাত্রাত জিলাৰ সকল রাজনৈতিক নেতৃবৃন্দসহ, রাজনৈতিক দলসমূহ, বিভিন্ন সংস্থা, বৰিষ্ঠ নাগৰিক সকল, স্বেচ্ছাসেবী সংগঠন, ধর্মীয় প্রতিষ্ঠান সমূহৰ সকলক এই অনুষ্ঠানত অংশ লয়। জিলা উপায়ুক্ত লয়া মাধুৰী সকলক স্বাধীনতা সংগ্ৰামত বৰঙণি যোগোৱা প্ৰতিজন প্ৰতিজন শ্ৰদ্ধা জনায়।Conclusion:এনেদৰেই স্বাধীনতা দিৱসৰ বিভিন্ন অনুষ্ঠান পালন কৰিছে জেলা প্ৰশাসনে ।