ETV Bharat / state

কাছাৰত CAA বিৰোধী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ - CAA বিৰোধী আন্দোলন

বহু বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মাত মতা প্ৰতিবাদকাৰী সকলৰ কণ্ঠ ৰোধ কৰিবলৈ যেন তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো প্ৰশাসনৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে ৷ এইবাৰ কাছাৰৰ এছ হেৰাজিত সিংহক গ্ৰেপ্তাৰ কৰিলে সোণাই আৰক্ষীয়ে ৷ CAA বিৰোধী আন্দোলনত নিজৰ বক্তব্য ৰাখিছিল হেৰাজিতে ৷

cachar
কাছাৰ
author img

By

Published : Dec 29, 2019, 10:00 AM IST

কাছাৰ, 29 ডিচেম্বৰঃ পুনৰ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত যুঁজ দিয়া আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা হ'ল ৷ এইেবলি প্ৰতিবাদকাৰীৰ কণ্ঠ ৰোধ কৰিবৰ বাবে কাছাৰত গ্ৰেপ্তাৰ কৰা হ'ল প্ৰতিবাদকাৰীক ৷ অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সম্পাদক এছ হেৰাজিত সিংহক সোণাই থানাই গ্ৰেপ্তাৰ কৰে ৷

কাছাৰত CAA বিৰোধী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

উল্লেখ্য যে, 23 ডিচেম্বৰত সোণাইৰ স্বাধীন বজাৰত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য ৰাখিছিল হেৰাজিতে ৷ ইয়াৰ পাচতে সোণাই থানাৰ আৰক্ষীয়ে হেৰাজিতক উচতনি মূলক আৰু দেশদ্ৰোহী বক্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ 302/ 19 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে হেৰাজিতক গ্ৰেপ্তাৰ কৰে ৷ ইপিনে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক নিন্দা জনাই অসম খিলঞ্জীয়া সুৰক্ষা কমিটিয়ে হেৰাজিতক শীঘ্ৰে নিঃচৰ্ত ৰেহাই কৰিবলৈ দাবী জনাইছে ৷

কাছাৰ
CAA বিৰোধী আন্দোলন

লগতে পঢ়ক- "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

Intro:Breaking Silchar-
কাছাৰত 'কা' বিৰোধী প্ৰতিবাদীক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সম্পাদক এছ হেৰাজিত সিংহ ৷ সোণাই থানাই গ্ৰেপ্তাৰ কৰে হেৰাজিতক ৷ 23 ডিচেম্বৰত সোণাইৰ স্বাধীন বজাৰত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত ব্যক্তব্য ৰাখিছিল হেৰাজিতে ৷ উচতনি মূলক আৰু দোশদ্ৰোহী ব্যক্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৷ সোণাই থানাত ৰুজু হোৱা 302/ 19 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ৷
ইপিনে তেওঁৰ গ্ৰেপ্তাৰ কৰাৰ নিন্দা জনাই অনতিপলমে তেওঁক নিঃশৰ্ত ৰেহাই কৰিবলৈ দাবী জনাইছে অসম খিলঞ্জীয়া সুৰক্ষা কমিটি। তেওঁ কয়, গণতান্ত্ৰিক দেশত নাগৰিকৰ শান্তিপূৰ্ণ আন্দোলনৰ অধিকাৰ কাড়ি লৈ যোৱা মানি ল'ব নোৱাৰি। ---- বাইটBody:Breaking Silchar-
কাছাৰত 'কা' বিৰোধী প্ৰতিবাদীক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সম্পাদক এছ হেৰাজিত সিংহ ৷ সোণাই থানাই গ্ৰেপ্তাৰ কৰে হেৰাজিতক ৷ 23 ডিচেম্বৰত সোণাইৰ স্বাধীন বজাৰত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত ব্যক্তব্য ৰাখিছিল হেৰাজিতে ৷ উচতনি মূলক আৰু দোশদ্ৰোহী ব্যক্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৷ সোণাই থানাত ৰুজু হোৱা 302/ 19 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ৷
ইপিনে তেওঁৰ গ্ৰেপ্তাৰ কৰাৰ নিন্দা জনাই অনতিপলমে তেওঁক নিঃশৰ্ত ৰেহাই কৰিবলৈ দাবী জনাইছে অসম খিলঞ্জীয়া সুৰক্ষা কমিটি। তেওঁ কয়, গণতান্ত্ৰিক দেশত নাগৰিকৰ শান্তিপূৰ্ণ আন্দোলনৰ অধিকাৰ কাড়ি লৈ যোৱা মানি ল'ব নোৱাৰি। ---- বাইটConclusion:Breaking Silchar-
কাছাৰত 'কা' বিৰোধী প্ৰতিবাদীক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সম্পাদক এছ হেৰাজিত সিংহ ৷ সোণাই থানাই গ্ৰেপ্তাৰ কৰে হেৰাজিতক ৷ 23 ডিচেম্বৰত সোণাইৰ স্বাধীন বজাৰত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত ব্যক্তব্য ৰাখিছিল হেৰাজিতে ৷ উচতনি মূলক আৰু দোশদ্ৰোহী ব্যক্তব্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৷ সোণাই থানাত ৰুজু হোৱা 302/ 19 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ৷
ইপিনে তেওঁৰ গ্ৰেপ্তাৰ কৰাৰ নিন্দা জনাই অনতিপলমে তেওঁক নিঃশৰ্ত ৰেহাই কৰিবলৈ দাবী জনাইছে অসম খিলঞ্জীয়া সুৰক্ষা কমিটি। তেওঁ কয়, গণতান্ত্ৰিক দেশত নাগৰিকৰ শান্তিপূৰ্ণ আন্দোলনৰ অধিকাৰ কাড়ি লৈ যোৱা মানি ল'ব নোৱাৰি। ---- বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.