ETV Bharat / state

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা - নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসম

শিলচৰত এন আৰ চিক লৈ প্ৰায় পঞ্চাশটা সংগঠনৰ জোঁট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত ৷

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা
author img

By

Published : Sep 8, 2019, 6:55 AM IST

Updated : Sep 8, 2019, 8:22 AM IST

শিলচৰ, 08 চেপ্তেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছৰে পৰা প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। শনিবাৰে শিলচৰত এন আৰ চিক লৈ প্ৰায় পঞ্চাশটা সংগঠনৰ জোঁট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত এন আৰ চিৰ পৰা বাদ পৰা 19 ভাৰতীয় নাগৰিকৰ নাম পুনৰ পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷ সমিতিৰ কেন্দ্ৰীয় সভাপতি তপোধীৰ ভট্টাচাৰ্যই নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰে ভাৰতীয় সকলক সাংবিধানিক অধিকাৰ দিব লাগিব ৷

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা

শিলচৰ, 08 চেপ্তেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছৰে পৰা প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। শনিবাৰে শিলচৰত এন আৰ চিক লৈ প্ৰায় পঞ্চাশটা সংগঠনৰ জোঁট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত এন আৰ চিৰ পৰা বাদ পৰা 19 ভাৰতীয় নাগৰিকৰ নাম পুনৰ পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷ সমিতিৰ কেন্দ্ৰীয় সভাপতি তপোধীৰ ভট্টাচাৰ্যই নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰে ভাৰতীয় সকলক সাংবিধানিক অধিকাৰ দিব লাগিব ৷

শিলচৰত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদী সভা
Intro:প্ৰায় পঞ্চাশটা সংগঠনৰ জোট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, আসামৰ কেন্দ্ৰীয় সমিতি সদ্য প্ৰকাশিত নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰিছে। আজি আবেলি শিলচৰ চহৰৰ কেন্দ্ৰ স্থলিত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত আয়োজিত এখন প্ৰতিবাদী সভাত নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা ১৯ ভাৰতীয় নাগৰিকৰ নাম আকৌ পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰিব লাগিব । সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক তপোধীৰ ভট্টাচাৰ্য আৰু আন কেইবা জনে কয়, এনআৰসি প্ৰস্তুত কৰিবলৈ গৈ বহু টকা পইচা খৰচ কৰি বহু প্ৰতিশ্ৰুতি দিয়া হৈছিলি কিন্তু নাগৰিকপঞ্জী নিখুত নহয়, শুদ্ধ নহয় আনকি ন্যায়সঙ্গতও নহয়। নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশৰ কৰি কয় তেওঁ কয়, ভাৰতীয় সকলক সাংবিধানিক অধিকাৰ দিব লাগিব । -বাইট
তেওঁ পিছত কয়, বহুবাৰ দেশ আৰু এই অঞ্চল ভাগ কৰি যি ঠাই ভাৰত তথা অসমৰ অন্তৰ্ভুক্ত কৰা হৈছে তাত যিসকল মানুহ আগতে আছিল আৰু আজি তেওঁৰ যিসকল পৰবৰ্তী উত্তৰাধিকাৰী আছে তেওঁ লোকক ভাৰতৰ নাগৰিকত্ব আৰু সকলো সাসুবিধা দিব লাগিব ।--- বাইটBody:প্ৰায় পঞ্চাশটা সংগঠনৰ জোট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, আসামৰ কেন্দ্ৰীয় সমিতি সদ্য প্ৰকাশিত নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰিছে। আজি আবেলি শিলচৰ চহৰৰ কেন্দ্ৰ স্থলিত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত আয়োজিত এখন প্ৰতিবাদী সভাত নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা ১৯ ভাৰতীয় নাগৰিকৰ নাম আকৌ পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰিব লাগিব । সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক তপোধীৰ ভট্টাচাৰ্য আৰু আন কেইবা জনে কয়, এনআৰসি প্ৰস্তুত কৰিবলৈ গৈ বহু টকা পইচা খৰচ কৰি বহু প্ৰতিশ্ৰুতি দিয়া হৈছিলি কিন্তু নাগৰিকপঞ্জী নিখুত নহয়, শুদ্ধ নহয় আনকি ন্যায়সঙ্গতও নহয়। নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশৰ কৰি কয় তেওঁ কয়, ভাৰতীয় সকলক সাংবিধানিক অধিকাৰ দিব লাগিব । -বাইট
তেওঁ পিছত কয়, বহুবাৰ দেশ আৰু এই অঞ্চল ভাগ কৰি যি ঠাই ভাৰত তথা অসমৰ অন্তৰ্ভুক্ত কৰা হৈছে তাত যিসকল মানুহ আগতে আছিল আৰু আজি তেওঁৰ যিসকল পৰবৰ্তী উত্তৰাধিকাৰী আছে তেওঁ লোকক ভাৰতৰ নাগৰিকত্ব আৰু সকলো সাসুবিধা দিব লাগিব ।--- বাইটConclusion:
তেওঁ পিছত কয়, বহুবাৰ দেশ আৰু এই অঞ্চল ভাগ কৰি যি ঠাই ভাৰত তথা অসমৰ অন্তৰ্ভুক্ত কৰা হৈছে তাত যিসকল মানুহ আগতে আছিল আৰু আজি তেওঁৰ যিসকল পৰবৰ্তী উত্তৰাধিকাৰী আছে তেওঁ লোকক ভাৰতৰ নাগৰিকত্ব আৰু সকলো সাসুবিধা দিব লাগিব ।--- বাইট topodhir bhattacharjee
Last Updated : Sep 8, 2019, 8:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.