ETV Bharat / state

শিলচৰ মেডিকেল কলেজত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By

Published : Nov 1, 2019, 3:18 PM IST

শিলচৰৰ মেডিকেল কলেজত উপস্থিত হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নিহতসকলৰ পৰিয়ালক সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

শিলচৰ মেডিকেল কলেজত পৰিমল শুক্লবৈদ্য

শিলচৰ,1 নৱেম্বৰ : শিলচৰৰ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাচতে বৃহস্পতিবাৰে নিশা শিলচৰ মেডিকেল কলেজত উপস্থিত হয় বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ শিলচৰৰ মেডিকেল কলেজত উপস্থিত হৈ আহত সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নিহত পৰিয়ালৰ লোকক সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ঘটনাত নিহত সোনালী দাস আৰু পম্পী দে'ৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সান্তনা প্ৰদান কৰে পৰিমল শুক্লবৈদ্যই ৷

শিলচৰ মেডিকেল কলেজত পৰিমল শুক্লবৈদ্য

উল্লেখ্য যে,বুধবাৰে শিলচৰ চহৰৰ বীৰবল বজাৰত সংঘটিত এক দুৰ্ঘটনাৰ ফলত দুগৰাকী ছোৱালী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ৷ এই ঘটনাৰ পাচতে শিলচৰ চহৰৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰাৰ লগতে বহু কেইখন বাহন ভাঙি চূৰ-মাৰ কৰে ৷ ইয়াৰ পাচতে কাছাৰৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ অধীনত কাছাৰ জিলাত 144 ধাৰা বলবৎ কৰে ৷ ইয়াৰ ফলত অঞ্চলটোত পাঁচ বা তাতোকৈ বেছি লোকৰ সমাবেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে ৷

Intro:বিগত দিনৰ ঘটনাৰ খা খবৰ ললে মন্ত্রী পৰিমল এ । তেওঁ শিলচৰৰ মেডিকেল কলেজত ভৰ্তি আহত সকলক দেখি নিহত পৰিয়ালৰ ঘৰত যাই সান্তনা দিলে ।Body:কাছাৰ জিলাত 144 জাৰি

পৰুহি ৰাতি শিলচৰ চহৰৰ মেহেৰপুৰ বীৰবল বজাৰৰ ঘটনাৰ পিছত কালি শিলচৰ চহৰৰ বিভিন্ন ঠাইত অৱৰোধ, গাড়ী ভাংচোৰৰ ঘটনাৰ পিছত কাছাৰৰ জিলা উপায়ুক্ত লায়া মাধুৰীৰ ভাৰতীয় ফৌজদাৰি কাৰ্যবিধিৰ অধীনত কাছাৰ জিলাত 144 ধাৰা বলবৎ কৰিছে। ইয়াৰ ফলত প্ৰকাশ্য স্থানত পাঁচ বা তাতোকৈ বেছি লোকৰ সমাবেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে। কোনো ব্যক্তিয়ে দা তৰোৱাল লাঠি আদি অস্ত্ৰ শস্ত্ৰ লৈ ফুৰিব নোৱাৰিব। লগতে শোভাযাত্ৰা, মাইক্ৰোফোন, লাউ স্পিকাৰৰ ব্যবহাৰ নিষিদ্ধ কৰা হৈছে বুলি জনাই দিয়া হৈছে।
ইপিনে বন মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য যোৱা ৰাতি শিলচৰ মেডিকেল কলেজত গৈ তাত চিকিৎসাধীন অবস্থাত থকা বুধবাৰ সন্ধিয়াৰ ট্ৰাকৰ খুন্দাত আহত সকলৰ শাৰিৰীক অবস্থাৰ বুঝ লয়।পিছত এই ঘটনাত নিহত দুগৰাকী ছোৱালী সোনালী দাস আৰু পম্পী দে'ৰ ঘৰত গৈ তেওঁ লোকৰ পৰিয়ালৰ লগত দেখা কৰি শান্তনা প্ৰদান কৰে। পিছত তেওঁ কয়, যোৱা কালি চহৰৰ বিভিন্ন ঠাইত অৱৰোধ আৰু ভাংচোর কৰাৰ লগত জড়িত বুলি যিসকল যুৱকক আটক কৰা হৈছে তেওঁ প্ৰকৃততে দোষী নে নায় চাব লাগিব আৰু তেওঁ লোকক আবদ্ধ কৰি আন একো কৰা নহয় যেনে চোৱা হব। -- বাইটConclusion:এতিয়া ও শিলচৰত 144 জাৰি আছে। আজি পৰিস্থিতি অলপ উন্নতি হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.