ETV Bharat / state

নিশা 8 বজাৰ লগে লগে বৰাকতো বলৱৎ সান্ধ্য আইন - কৰ'ণা প্ৰতিৰোধ

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে 1 মে'লৈ জাৰি কৰিছে সান্ধ্য আইন ৷ সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ হৈ পৰিল বৰাকৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

8 বজাৰ লগে লগে বৰাকতো বলবৎ হ'ল সান্ধ্য আইন

author img

By

Published : Apr 28, 2021, 7:29 AM IST

শিলচৰ,28 এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত অসম চৰকাৰে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ মঙলবাৰে কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে 1 মে'লৈ জাৰি কৰিছে সান্ধ্য আইন ৷ সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈকে বলৱৎ কৰা হৈছে সান্ধ্য আইন ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে কাছাৰ জিলাতো সান্ধ্য আইনক লৈ দেখা গ'ল ব্যাপক তৎপৰতা ৷

নিশা 8 বজাৰ লগে লগে বৰাকতো বলৱৎ সান্ধ্য আইন

সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ হৈ পৰিল বৰাকৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰীক্ষণৰ লগতে কাছাৰ আৰক্ষীয়েও সান্ধ্য আইনক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, শেহতীয়াভাৱে কাছাৰ জিলাত দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷

লগতে পঢ়ক: শোণিতপুৰ জিলাত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.