ETV Bharat / state

শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Jul 20, 2020, 9:20 PM IST

চিকিৎসালয়খনত প্লাজমা থেৰাপিৰ মেচিন অনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে প্লাজমা থেৰাপি আৰম্ভ হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু এছ এম দেৱ চিভিল হাস্পতালত বৰ্তমানে 3 হাজাৰ খন বিচনা আছে আৰু নতুনকৈ 2 খন ক'ভিড19 কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হ'ব ৷

Minister Pijus Hazarika Visit Silchar Medical College Hospital
শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

শিলচৰ,20 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে আজি শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু এছ এম দেৱ চিভিল হাস্পতালত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ দুয়োখন হাস্পতালত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷

ইপিনে শিলচৰ মেডিকেল কলেজ হাস্পতালত প্লাজমা থেৰাপিৰ মেচিন অনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে প্লাজমা থেৰাপি আৰম্ভ হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু এছ এম দেৱ চিভিল হাস্পতালত বৰ্তমানে 3 হাজাৰ খন বিচনা আছে আৰু নতুনকৈ 2 খন ক'ভিড-19 কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হ'ব ৷ইফালে মন্ত্ৰী পীযুষ হাজৰিকাই শিলচৰ মেডিকেল কলেজ হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে,শিলচৰ মেডিকেল কলেজ হাস্পতালত বৰ্তমানে 503 গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 5 জনকৈ লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়কঃক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.