ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

author img

By

Published : Feb 9, 2021, 5:15 PM IST

শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

massive-protest-by-congress-at-silchar
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

কাছাৰ,9 ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজিত সিংহৰ নেতৃত্বত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ এক বৃহৎ সমদল উলিয়াই শ্ৰম বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদকাৰীৰ মন্তব্য

বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক মিছলীয়াৰ চৰকাৰ আখ্যা দি প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ ভোট আদায় কৰাৰ স্বাৰ্থত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ শীঘ্ৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.