ETV Bharat / state

উচ্চ শিক্ষা প্ৰতিষ্ঠানক নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ

শিলচৰৰ আসাম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ৷

Governor visit Assam university
উচ্চ শিক্ষা প্ৰতিষ্ঠানক নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ
author img

By

Published : Jan 21, 2020, 10:59 PM IST

শিলচৰ, 21 জানুৱাৰী : শিলচৰৰ আসাম বিশ্ববিদ্যালয়ে আজি পালন কৰে 27 তম প্ৰতিষ্ঠা দিৱস ৷ আসাম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত আসাম বিশ্ববিদ্যালয়ৰ লগতে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানক নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষক কলা বিভাগৰ লগত বাণিজ্য, বিজ্ঞান, কাৰিকৰী, চিকিৎসা আদি বিভাগৰ মাজত সমন্বয় সাধন কৰিবলৈ কয় ।

উচ্চ শিক্ষা প্ৰতিষ্ঠানক নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্যপাল জগদীশ মুখীৰ

প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, উপাচাৰ্য্য অধ্যাপক দিলীপ চন্দ্ৰ নাথ, জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়, ৰাজ্যপালৰ পত্নী প্ৰেমা মুখী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Intro:NEWS Silchar 21Jan.. শিলচৰৰ আসাম বিশ্ববিদ্যালয়ৰ ২৭ তম প্ৰতিষ্ঠা দিৱস পালন উপলক্ষ্যে আজি আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আসাম বিশ্ববিদ্যালয়ৰ লগতে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ কৈছে।Body:NEWS Silchar 21Jan.. শিলচৰৰ আসাম বিশ্ববিদ্যালয়ৰ ২৭ তম প্ৰতিষ্ঠা দিৱস পালন উপলক্ষ্যে আজি আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আসাম বিশ্ববিদ্যালয়ৰ লগতে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ কৈছে। তেওঁ লগতে কলা বিভাগৰ লগত বাণিজ্য, বিজ্ঞান, কাৰিকৰী, চিকিৎসা আদি বিভাগৰ মাজত সমন্বয় সাধন কৰিবলৈ কয়। এই অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, উপাচাৰ্য্য অধ্যাপক দিলীপচন্দ্ৰ নাথ, জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়, ৰাজ্যপালৰ পত্নী প্ৰেমা মুখী প্ৰমুখ্যে উপস্থিত আছিল।--- বক্তব্যConclusion:NEWS Silchar 21Jan.. শিলচৰৰ আসাম বিশ্ববিদ্যালয়ৰ ২৭ তম প্ৰতিষ্ঠা দিৱস পালন উপলক্ষ্যে আজি আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আসাম বিশ্ববিদ্যালয়ৰ লগতে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত নতুন শিক্ষা নীতি গ্ৰহণ কৰিবলৈ কৈছে। তেওঁ লগতে কলা বিভাগৰ লগত বাণিজ্য, বিজ্ঞান, কাৰিকৰী, চিকিৎসা আদি বিভাগৰ মাজত সমন্বয় সাধন কৰিবলৈ কয়। এই অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, উপাচাৰ্য্য অধ্যাপক দিলীপচন্দ্ৰ নাথ, জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়, ৰাজ্যপালৰ পত্নী প্ৰেমা মুখী প্ৰমুখ্যে উপস্থিত আছিল।--- বক্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.