ETV Bharat / state

শিলচৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ - ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰনৰ প্ৰতিকৃতি দাহ

শিলচৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ ৷ হজৰত মহম্মদৰ ব্যঙ্গচিত্ৰ অংকনৰ প্ৰতিবাদ স্বৰূপে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ প্ৰতিকৃতি দাহ ৷ ফ্ৰান্সৰ উৎপাদিত সামগ্ৰী বৰ্জনৰ দাবী প্ৰতিবাদকাৰীৰ ৷

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ
author img

By

Published : Oct 30, 2020, 10:53 PM IST

শিলচৰ, 30 অক্টোবৰ: হজৰত মহম্মদৰ ব্যংগচিত্ৰ অংকনৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰনৰ প্ৰতিকৃতি দাহ কৰি শিলচৰত বিক্ষোভ প্ৰদৰ্শন ৷ শুকুৰবাৰে সন্ধিয়া হাইলাকান্দি জিলাৰ কাটাখাল বজাৰত ছাত্ৰনেতা চাইদুৰ ৰহমানৰ নেতৃত্বত ফ্রান্সৰ পতাকা জ্বলাই প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্রদর্শন কৰাৰ লগতে ফ্ৰান্সৰ উৎপাদিত সামগ্ৰী বৰ্জনৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: BSF ৰ উদ্যোগত বৰঝাৰৰত ৰাষ্ট্ৰীয় একতাৰ বাবে সংগীত সন্ধিয়াৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.