ETV Bharat / state

পুৱতি নিশা শিলচৰত ভয়াবহ অগ্নিকাণ্ড

author img

By

Published : May 5, 2019, 11:07 AM IST

শিলচৰৰ জানিগঞ্জত পুৱতি নিশা এক চাৰি মহলীয়া কাপোৰৰ দোকানত ভয়াবহ অগ্নিকাণ্ড হয় । এই অগ্নিকাণ্ডত প্ৰায় ৫০ লক্ষৰো অধিক ক্ষয়ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে ৷

পুৱতি নিশা শিলচৰত ভয়াবহ অগ্নিকাণ্ড

শিলচৰ, ৫ মে': পুৱতি নিশা শিলচৰৰ জানিগঞ্জৰ এক চাৰি মহলীয়া কাপোৰৰ দোকানত ভয়াবহ অগ্নিকাণ্ড হয় । ছয় খনকৈ অগ্নিনিৰ্বাপক বাহনে তিনি ঘণ্টাজুৰি চেষ্টা কৰাৰ পাছতহে জুই নিয়ন্ত্ৰনলৈ আহে ৷

পুৱতি নিশা শিলচৰত ভয়াবহ অগ্নিকাণ্ড

শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত ৫০ লক্ষৰো অধিক ক্ষয়ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে ৷

News Silchar 
পুৱতি নিশা শিলচৰত ভয়াবহ অগ্নিকাণ্ড ৷ চহৰৰ মাজমজিয়া জানিগঞ্জত অগ্নিকাণ্ডত জাহ গল চাৰি মহলিয়া কাপোৰৰ দোকান ৷ ছয় খনকৈ অগ্নিনিৰ্বাপক বাহনে তিনি ঘণ্টা চেষ্টা কৰাৰ পিছত জুই নিয়ন্ত্ৰনলৈ আহে ৷ শৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত বুলি জানিব পৰা গৈছে ৷ ক্ষয়ক্ষতিৰ পৰিমান ৫০ লক্ষৰো অধিক হব বুলি অনুমান ৷ অগ্নিনিৰ্বাপনৰ কাম এতিয়াও অব্যাহত আছে যদিও জুই সম্পুৰ্ণ নিয়ন্ত্ৰনত ৷
Footage from
Slug Silchar Fair
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.