ETV Bharat / state

গ্ৰেপ্তাৰ শিলচৰ মেডিকেল কলেজৰ নিলম্বিত অধ্যক্ষ ডাঃ অনিন্দসুন্দৰ বৈশ্য

author img

By

Published : May 10, 2019, 10:42 PM IST

প্ৰায় তিনি কোটি টকা আত্মসাৎৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অনিন্দসুন্দৰ বৈশ্যক গ্ৰেপ্তাৰ ৷ ধন আত্মসাৎৰ অভিযোগতেই গ্ৰেপ্তাৰ প্ৰাক্তন অধ্যক্ষগৰাকীক ৷

প্ৰাক্তন অধ্যক্ষ ডাঃ অনিন্দসুন্দৰ বৈশ্যক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

শিলচৰ, 10 মে' : প্ৰায় তিনি কোটি টকা আত্মসাৎৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অনিন্দসুন্দৰ বৈশ্যক গ্ৰেপ্তাৰ ৷ এই বৃহৎ ধন আত্মসাৎৰ অভিযোগতেই গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন অধ্যক্ষগৰাকীক ৷ শিলচৰ মেডিকেল কলেজত বিগত বহু বছৰ ধৰি খোৱা বস্তু ক্ৰয়, সৰবৰাহ আৰু প্ৰদানৰ নামত লক্ষ লক্ষ টকা আত্মসাৎ, চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰী, যন্ত্ৰপাতি ক্ৰয়ত মোটা টকা আত্মসাৎ, বিভিন্ন মাচুল নিজৰ নামৰ একাউন্টত জমা কৰাকে ধৰি বিভিন্ন বিষয়ত আৰক্ষীয়ে তদন্ত চলাই বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ডাঃ বৈশ্যক ৷ ইয়াৰ পূৰ্বে এই একেই বিষয়তে পাপ্পু ৰবি দাস আৰু এ. তাঁতী নামৰ দুজন অস্থায়ী কৰ্মীক আটক কৰিছিল আৰক্ষীয়ে ৷

প্ৰাক্তন অধ্যক্ষ ডাঃ অনিন্দসুন্দৰ বৈশ্যক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ইপিনে বৃহস্পতিবাৰে আটক কৰা ডাঃ বৈশ্যক শুকুৰবাৰে কাছাৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তদন্তৰ বাবে দুদিনলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বৈশ্যক ৷

Intro:NEWS silchar..
প্ৰায় তিনি কোটি টকা নয়ছয়ৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেলপ কলেজৰ প্ৰাক্তন সুপাৰিনটেনডেন্ট ডাক্তাৰ অনিন্দসুন্দৰ বৈশ্যক যোৱা ৰাতি একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে| Body:NEWS silchar..
প্ৰায় তিনি কোটি টকা নয়ছয়ৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেলপ কলেজৰ প্ৰাক্তন সুপাৰিনটেনডেন্ট ডাক্তাৰ অনিন্দসুন্দৰ বৈশ্যক যোৱা ৰাতি একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে| একে অভিযোগে অভিযুক্ত আন এজন কেশিয়াৰ বিদ্যুৎ বৰ্মন পলাতক, আন অভিযুক্ত ডা. কল্লোল ভট্টাচাৰ্য জামিন লৈ আছে| শিলচৰ মেডিকেলত যোৱা বহু বছৰ ধৰি খোৱাৰ বায়বস্তু ক্ৰয়, সৰবৰাহ, প্ৰদানৰ নামত লক্ষ লক্ষ টকা আত্মসাৎ, চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰি, যন্ত্ৰপাতি ক্ৰয়ত মোটা টকা আত্মসাৎ, বিভিন্ন ফি. নিজৰ নামৰ একাউন্টত জমা কৰা, নানা সিতানৰ অৰ্থ তছৰুপ, হাসপাতালৰ কমতকৈ চাৰি/ পাঁচ কোটি টকা আত্মসাতৰ কেইবাটাও মামলাৰ ভিত্তিত পুলিচ তদন্তত নামি ডা. বৈশ্যক গ্ৰপ্তাৰ কৰে| তাৰ অাগতে পাপ্পু ৰবিদাস আৰু এ তাঁতী নামৰ দুজন অস্থায়ী কৰ্মীক একে মামলাত আটক কৰিছিল¦ আজি ড. বৈশ্যক শিলচৰ আদালতত তোলা হলে তদন্তৰ স্বাৰ্থত দুদিনৰ ৰিমান্ডত পুলিচক গতাই দিয়া হয় বুলি আইনজীবী ধৰ্মানন্দ দেবে জানিবলৈ দিছে....বাইটConclusion:NEWS silchar..
প্ৰায় তিনি কোটি টকা নয়ছয়ৰ অভিযোগত নিলম্বিত শিলচৰ মেডিকেলপ কলেজৰ প্ৰাক্তন সুপাৰিনটেনডেন্ট ডাক্তাৰ অনিন্দসুন্দৰ বৈশ্যক যোৱা ৰাতি একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে| একে অভিযোগে অভিযুক্ত আন এজন কেশিয়াৰ বিদ্যুৎ বৰ্মন পলাতক, আন অভিযুক্ত ডা. কল্লোল ভট্টাচাৰ্য জামিন লৈ আছে| শিলচৰ মেডিকেলত যোৱা বহু বছৰ ধৰি খোৱাৰ বায়বস্তু ক্ৰয়, সৰবৰাহ, প্ৰদানৰ নামত লক্ষ লক্ষ টকা আত্মসাৎ, চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰি, যন্ত্ৰপাতি ক্ৰয়ত মোটা টকা আত্মসাৎ, বিভিন্ন ফি. নিজৰ নামৰ একাউন্টত জমা কৰা, নানা সিতানৰ অৰ্থ তছৰুপ, হাসপাতালৰ কমতকৈ চাৰি/ পাঁচ কোটি টকা আত্মসাতৰ কেইবাটাও মামলাৰ ভিত্তিত পুলিচ তদন্তত নামি ডা. বৈশ্যক গ্ৰপ্তাৰ কৰে| তাৰ অাগতে পাপ্পু ৰবিদাস আৰু এ তাঁতী নামৰ দুজন অস্থায়ী কৰ্মীক একে মামলাত আটক কৰিছিল¦ আজি ড. বৈশ্যক শিলচৰ আদালতত তোলা হলে তদন্তৰ স্বাৰ্থত দুদিনৰ ৰিমান্ডত পুলিচক গতাই দিয়া হয় বুলি আইনজীবী ধৰ্মানন্দ দেবে জানিবলৈ দিছে....বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.