কাছাৰ, 29 মাৰ্চ:অতসী দত্তয়ে 30 হেজাৰ টকা উৎকোচ লোৱা সময়তে দুৰ্নীতি নিবাৰকশাখাই হাতে লোটে আটক কৰে৷ দুর্নীতি নিবাৰকশাখাই নিৰ্বাচনীকার্যালয়ৰ আন কেইবাগৰাকী কর্মীকো জেৰা অব্যাহত ৰাখে৷ প্ৰায় আধা ঘণ্টাজোৰা জেৰা অন্তত আৰক্ষীয়ে অতসী দত্তক নিজৰ জিম্মাত লয়।
কাছাৰত উৎকোচ লৈ আটক কৰ্মচাৰী - কাছাৰ
কাছাৰৰ নিৰ্বাচনী কার্যালয়ত বৃহস্পতিবাৰে দুর্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লোৱা অভিযোগত এগৰাকী কৰ্মচাৰীক আটক কৰে৷ ধৃত কৰ্মচাৰীগৰাকীৰ নাম অতসী দত্ত ৷

কাছাৰত উৎকোচ লৈ আটক নিৰ্বাচনী বিষয়া
কাছাৰ, 29 মাৰ্চ:অতসী দত্তয়ে 30 হেজাৰ টকা উৎকোচ লোৱা সময়তে দুৰ্নীতি নিবাৰকশাখাই হাতে লোটে আটক কৰে৷ দুর্নীতি নিবাৰকশাখাই নিৰ্বাচনীকার্যালয়ৰ আন কেইবাগৰাকী কর্মীকো জেৰা অব্যাহত ৰাখে৷ প্ৰায় আধা ঘণ্টাজোৰা জেৰা অন্তত আৰক্ষীয়ে অতসী দত্তক নিজৰ জিম্মাত লয়।
Big breaking
কাছারর নির্বাচন আধিকারীক কার্যালয়ত দুর্নীতি নিবারণ শাখার অভিযান ৷ কার্যালয়র কেইবাজন কর্মীক জেরা ৷ আধা ঘণ্টা দরি জেরা অব্যাহত ৷
অতসী দত্ত নামৰ ইলেকচন অপিচৰ বড়বাবুক 30 হেজাৰ টকা ঘুষ লোৱাৰ সময়ত হাতেলোটে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। দীর্ঘ সময়ৰ জেরার পিছত তাক আৰক্ষী নিজৰ জিম্মাত লৈছে । মেডিকেল কৰাৰ পিছত তেওঁৰ ঘৰতে সাচ কৰিব বুলি জানাগেছে ।
Footage ftp
Slug Silchar Atoshi Dutta tarafdar 1 to 3
Last Updated : Mar 29, 2019, 9:24 AM IST