ETV Bharat / state

15 মে'ৰ পৰা শিলচৰত ঘৰে ঘৰে কৰা হ'ব স্ক্ৰীনিঙৰ ব্যৱস্থা

author img

By

Published : May 5, 2020, 8:44 PM IST

শিলচৰত 15 মে'ৰ পৰা মানুহৰ ঘৰে ঘৰে গৈ স্ক্ৰীনিঙৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে মিডিয়া পৰামৰ্শদাতাৰ দায়িত্বত থকা সুমন চৌধুৰীয়ে ।

COVID-19 screening will be start in silchar from 15th may

শিলচৰ, 5 মে': শিলচৰত COVID-19ৰ মিডিয়া পৰামৰ্শদাতাৰ দায়িত্বত থকা সুমন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই মহামাৰী সন্দৰ্ভত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । 15 মে'ৰ পৰা মানুহৰ ঘৰে ঘৰে গৈ স্ক্ৰীনিঙৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে সুমন চৌধুৰীয়ে । যদিও পূৰ্বতে 5 মে'ৰ পৰা স্ক্ৰীনিং হোৱাৰ কথা আছিল, তাৰ পৰিৱৰ্তে কোনো চৰকাৰী নিৰ্দেশনাৰ বাবে এই কাৰ্যসূচী স্থগিত কৰা বুলি তেওঁ উল্লেখ কৰে ।

15 মে'ৰ পৰা শিলচৰত ঘৰে ঘৰে গৈ কৰা হ'ব স্ক্ৰীনিঙৰ ব্যৱস্থা

ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, চহৰখনৰ বিভিন্ন বিবাহ ভৱন আৰু হোটেল তৈয়াৰ কৰি ৰখা হৈছে কোৱাৰেণ্টাইনৰ বাবে । স্ক্ৰীনিঙৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সেইসমূহ স্থানত প্ৰয়োজন সাপেক্ষে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

লগতে পঢ়কঃ যোৱা 3 দিনত 50,000 লোকক ৰাজ্যলৈ অনা হৈছে : য়োগী আদিত্যনাথ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.