কাছাৰ, 7 ছেপ্তেম্বৰঃ কাছাৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ অসম-মণিপুৰ সীমান্তৰ নিকটৱৰ্তী জিৰিবামত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই প্ৰায় দুই কোটি টকাৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে বুলি জিৰিবামৰ আৰক্ষী অধীক্ষক এম মুভি সিংহই জনায় ৷ আৰক্ষীয়ে মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ লোক এজনক সামগ্ৰীৰ সৈতে আটক কৰি গোচৰ ৰুজু কৰে ৷
কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী - মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস
কাছাৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ লোক এজনক সামগ্ৰীৰ সৈতে আটক ৷
![কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4370660-thumbnail-3x2-cachar.jpg?imwidth=3840)
কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী
কাছাৰ, 7 ছেপ্তেম্বৰঃ কাছাৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ অসম-মণিপুৰ সীমান্তৰ নিকটৱৰ্তী জিৰিবামত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই প্ৰায় দুই কোটি টকাৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে বুলি জিৰিবামৰ আৰক্ষী অধীক্ষক এম মুভি সিংহই জনায় ৷ আৰক্ষীয়ে মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ লোক এজনক সামগ্ৰীৰ সৈতে আটক কৰি গোচৰ ৰুজু কৰে ৷
Intro:NEWS Silchar Breaking 7 September... কাছাৰ সীমান্তৰ নিকটৱৰ্ত্তী মণিপুৰৰ জিৰিবাম পুলিচ বৃহৎ পৰিমাণৰ নেশা সামগ্ৰী আটক কৰিছে। Body:NEWS Silchar Breaking 7 September... কাছাৰ সীমান্তৰ নিকটৱৰ্ত্তী মণিপুৰৰ জিৰিবাম পুলিচ বৃহৎ পৰিমাণৰ নেশা সামগ্ৰী আটক কৰিছে। জিৰিবামৰ আৰক্ষী অধীক্ষক এম মুভি সিংহ জনাইছে, গোপন খবৰৰ ভিত্তিত অভিযান চলাই এএস 01 জেসি 2823 নম্বৰৰ এখন ট্ৰাকৰ পৰা ট্ৰামাডল হাইড্ৰোক্লৰাড কেপ্চুল 90990 টো উদ্ধাৰ কৰে । দুই কোটি টকাৰ বেশি মুল্যৰ এই নেশা সামগ্ৰী মোৰে হৈ মায়ানমাৰ লৈ পাচাৰৰ বাবে তেওঁ মেঘালয়ৰ বাৰ্ণিহাটৰ পৰা লৈ আহিছিল । পুলিচ এইবোৰ লৈ যোৱাৰ বাবে মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ এজনক আটক কৰিছে আৰু তাৰ বিৰুদ্ধে ৰুজু কৰিছে ।Conclusion:NEWS Silchar Breaking 7 September... কাছাৰ সীমান্তৰ নিকটৱৰ্ত্তী মণিপুৰৰ জিৰিবাম পুলিচ বৃহৎ পৰিমাণৰ নেশা সামগ্ৰী আটক কৰিছে। জিৰিবামৰ আৰক্ষী অধীক্ষক এম মুভি সিংহ জনাইছে, গোপন খবৰৰ ভিত্তিত অভিযান চলাই এএস 01 জেসি 2823 নম্বৰৰ এখন ট্ৰাকৰ পৰা ট্ৰামাডল হাইড্ৰোক্লৰাড কেপ্চুল 90990 টো উদ্ধাৰ কৰে । দুই কোটি টকাৰ বেশি মুল্যৰ এই নেশা সামগ্ৰী মোৰে হৈ মায়ানমাৰ লৈ পাচাৰৰ বাবে তেওঁ মেঘালয়ৰ বাৰ্ণিহাটৰ পৰা লৈ আহিছিল । পুলিচ এইবোৰ লৈ যোৱাৰ বাবে মণিপুৰৰ ইম্ফল জিলাৰ সাবাল লেইকাৰ নংসাইবাম ৰাইস নামৰ এজনক আটক কৰিছে আৰু তাৰ বিৰুদ্ধে ৰুজু কৰিছে ।