ETV Bharat / state

আলফাক উভতি ধৰিলে বৰাকৰ ছাত্ৰ সংগঠনে - ackhsa challenges ulfa silchar assam etv bharat news

কৰ’ণা মহামাৰীৰ বাবে এইবেলি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন পূজা কমিটিয়ে ৷ পূৰ্বৰ তুলনাত এইবেলি ৰাজ্যৰ কোনো পূজা মণ্ডপত নাথাকিব জাকজমকতা নাইবা আড়ম্বৰপূৰ্ণতা ৷

ackhsa challenges ulfa silchar assam etv bharat news
আলফাৰ ফতোৱা জাৰি
author img

By

Published : Sep 13, 2020, 10:09 AM IST

শিলচৰ,13 ছেপ্তেম্বৰ: বিগত কিছুদিনপূৰ্বে সমাগত দুৰ্গা পূজা সম্পৰ্কে ফতোৱা জাৰি কৰিছিল ৰাজ্যৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাই ৷ উক্ত ফতোৱাৰ বিৰুদ্ধে এতিয়া আলফাক উভটি ধৰিছে অল কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ষ্টুডেন্টছ এছ’চিয়ছনে ৷ উল্লেখ্য যে, উক্ত সংগঠনটোৱে আলফাক এই বিষয়ৰ পৰা আঁতৰত থকাৰ সকিয়নি প্ৰদান কৰিছে ৷ সংগঠনটোৰ মতে চৰকাৰী নিৰ্দেশ অনুসৰিয়ে ৰাজ্যত এইবেলি অনুষ্ঠিত হ’ব দুৰ্গা পূজা ৷

আলফাক উভতি ধৰিলে বৰাকৰ ছাত্ৰ সংগঠনে

কৰ’ণা মহামাৰীৰ বাবে এইবেলি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন পূজা কমিটিয়ে ৷ পূৰ্বৰ তুলনাত এইবেলি ৰাজ্যৰ কোনো পূজা মণ্ডপত নাথাকিব জাকজমকতা নাইবা আড়ম্বৰপূৰ্ণতা ৷ তাৰ সলনি নিয়ম অনুসাৰে সংক্ষেপে অনুষ্ঠিত হ’ব দুৰ্গা পূজা ৷ এইক্ষেত্ৰত চৰকাৰেও আগবঢ়াইছে বিশেষ নিৰ্দেশনা ৷

লগতে চাওকঃ অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.