ETV Bharat / state

প্ৰতিবাদী সমদল বাহিৰ চি আৰ ইউৰ

নূন্যতম সা-সুবিধাৰ দাবীৰে বঙাইগাঁও জিলাত সমদল বাহিৰ চি আৰ ইউৰ

প্ৰতিবাদী সমদল
author img

By

Published : Mar 20, 2019, 4:41 PM IST

বঙাইগাঁও, ২০ মাৰ্চঃ বিভিন্ন দাবীৰে বুধবাৰে বঙাইগাঁও জিলাত প্ৰতিবাদী সমদল বাহিৰ কৰে চেন্ট্ৰেল ৰিপ্ৰেজেন্টিটিভ ইউনিয়ন নামৰ সংগঠনটোৱে । স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ উমৈহতীয়া সংগঠনটোৱে সেৱাখণ্ডটোৰ লগত জড়িত থকা সকলো কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া দাবী পুৰণ কৰিবলৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী সমদল

জিলাখনৰ মুল চহৰৰ গান্ধী ময়দানৰ পৰা ওলোৱা এই সমদলটো বঙাইগাঁও চহৰৰ মাজেৰে গৈ পুনৰাই গান্ধী ময়দানত সমাপ্ত হয় । স্বাস্থ্য সেৱাৰ লগত জড়িত থকা মেডিকেল ৰিপ্ৰেজেন্টিটিভসকলৰ নূন্যতম সা-সুবিধা প্ৰদানৰ দাবীৰে এই সমদল বাহিৰ কৰে সংস্থাটোৱে । মেডিকেল ৰিপ্ৰেজেন্টিটিভসকলৰ নূন্যতম দৰমহা ১৮০০০ কৰা, ৮ ঘন্টাকৈ কাম কৰাৰ স্বীকৃতি প্ৰদান কৰা, আইন ভংগকাৰী কোম্পানীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে ৷ সংস্থাৰ প্ৰতিনিধিসকলে তেঁওলোকৰ দাবী মানি নল'লে অনাগত দিনত আৰু অধিক তীব্ৰতৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷

Intro:বঙাইগাঁওত কেন্দ্ৰীয় ৰেপৰেজেন্টিভ ইউনিয়নৰ প্ৰতিবাদী সমদল। বঙাইগাঁও গান্ধী ময়দানৰ পৰা ওলোৱা এই প্ৰতিবিদী সমদল বঙাইগাঁও চহৰৰ মাজেৰে গৈ পুনৰ গান্ধী ময়দানত সমাপ্ত কৰে । মেডিকেল ৰিপ্ৰেজেন্টিভ সকলৰ নিম্নতম মাহিলী দৰমহা ১৮০০ কৰা,দৈনিক ৮ ঘন্টা কামৰ আগনী স্বিকৃতি দিয়া,আইন ভঙ্গকাৰী কোম্পানি সমূহৰ বিৰুদ্ধে বিহিত ব‍্যৱস্থা আদি দাবীৰ সমৰ্থনত এই প্ৰতিবাদী সমদল কৰে । তেওঁ লোকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্পোৰেট গোষ্ঠীৰ প্ৰতি দৰদ আৰু সাধাৰণ লোকক শোষন কৰা নীতিৰ কঠোৰ সমালোচনা কৰে । লগতে কয় চৰকাৰে মেডিকেল ৰিপ্ৰেজেন্টিভ সকলৰ দাবী মানি নললে অতি শীঘ্ৰে তিব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ‌।

বাইট : প্ৰতিবাদী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : প্ৰতিবাদী ।

Conclusion:তেওঁ লোকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্পোৰেট গোষ্ঠীৰ প্ৰতি দৰদ আৰু সাধাৰণ লোকক শোষন কৰা নীতিৰ কঠোৰ সমালোচনা কৰে । লগতে কয় চৰকাৰে মেডিকেল ৰিপ্ৰেজেন্টিভ সকলৰ দাবী মানি নললে অতি শীঘ্ৰে তিব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ‌।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.