ETV Bharat / state

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ

কলকাতাৰ নীল ৰতন শিলকাৰ মেডিকেল কলেজত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ জনাই চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ
author img

By

Published : Jun 14, 2019, 10:15 PM IST

Updated : Jun 18, 2019, 10:56 AM IST

বঙাইগাঁও,১৪জুন: শুকুৰবাৰে বঙাইগাঁৱৰ গান্ধী ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে 'INDIAN MEDICAL ASSOCIATION'ৰ চিকিৎসকসকলে। কলকাতাৰ নীল ৰতন শিলকাৰ মেডিকেল কলেজত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ বাবে প্ৰতিবাদী চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে। ইফালে, চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন প্ৰণয়নৰ দাবী জনায় প্ৰতিবাদী চিকিৎসকসকলে।

উল্লেখ্য যে,পশ্চিমবংগত চিকিৎসকক কৰা আক্ৰমণৰ বাবে শিলচৰতো চিকিৎসকসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

Intro:বঙাইগাঁওত ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্বনৰ উদ্যোগত পশ্চিম বঙ্গত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । প্ৰতিবাদী চিকিৎসক সকলে কলা বেজ পৰিধান কৰি এই প্ৰতিবাদ কৰে । বঙাইগাঁও গান্ধী ময়দানত একত্ৰিত হৈ চিকিৎসক সকলে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ যায় আৰু জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে । আজি এই প্ৰতিবাদৰ জড়িয়তে চিকিৎসকৰ ওপৰত হোৱা আক্ৰমনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আইন প্ৰনয়নৰ দাবী জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । Body:বাইট : ড° এচ কে দাস, চিকিৎসক ।
ড° সৌমিক দেৱ , চিকিৎসক । Conclusion:পশ্চিমবঙ্গত হোৱা চিকিৎসক আক্ৰমনৰ বিৰুদ্ধে বঙাইগাঁওতে নহয় সৰ্ব্ব ভাৰতীয় পৰ্য্যায়ত আজি এই প্ৰতিবাদ জনায় ।
Last Updated : Jun 18, 2019, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.