ETV Bharat / state

বঙাইগাঁৱত আবতৰীয়া হোলী

author img

By

Published : Feb 14, 2019, 8:22 PM IST

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত নোহোৱাৰ আনন্দত ফাকু খেলি আনন্দ উল্লাস কৰে

বঙাইগাঁৱত আবতৰীয়া হোলী উৎসৱ

চিৰাং,১৪ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত আবতৰীয়া হোলী উৎসৱ।

বঙাইগাঁৱত আবতৰীয়া হোলী উৎসৱ
বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত নোহোৱাৰ আনন্দত ফাকু খেলাৰ লগতে ঢোলপেপা লৈ বিহুগীত গাই আনন্দ কৰা পৰিলক্ষিত হয়। বিতৰ্কিত বিধেয়ক খন গৃহীত নোহোৱাত বিজেপি চৰকাৰৰ বৃহৎ পৰাজয় হোৱা বুলি মন্তব্য় কৰে কৃষক মুক্তিৰ সদস্য় সকলে ।
undefined

Intro:এয়া বঙাইগাঁও জিলাৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত আবতৰীয়া হোলি উৎসৱ। বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে নাগৰিকত্ব সংশোধনি বিধেয়ক ২০১৬ গৃহীত নোহোৱাৰ আনন্দত মতলীয়া। আতচবাজি,ৰংখেলাৰ লগতে ঢোলপেপা লৈ বিহুগীত গাই ইজনে সিজনক মুখ মিঠা কৰি মিঠাই খাই এই দৰেই আনন্দ কৰা পৰিলক্ষিত হয় । ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা সাম্প্ৰদায়িক শক্তিৰ পৰাজয় বুলিও কয় কৃষক মুক্তিৰ কৰ্ম কৰ্তা সকলে ।

বাইট : নন্দন দেৱনাথ, সাধাৰণ সম্পাদক, বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : নন্দন দেৱনাথ, সাধাৰণ সম্পাদক, বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

Conclusion:ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা সাম্প্ৰদায়িক শক্তিৰ পৰাজয় বুলিও কয় কৃষক মুক্তিৰ কৰ্ম কৰ্তা সকলে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.