ETV Bharat / state

ব্যৱসায়ীক লক্ষ্য কৰি বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা

author img

By

Published : Feb 11, 2021, 7:15 PM IST

Updated : Feb 11, 2021, 7:37 PM IST

বঙাইগাঁও জিলাৰ পাতিলাদাহত বৃহস্পতিবাৰৰ দিন দুপৰতে এক গুলীচালনা ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তৰ গুলীত গুৰুৰ্তৰভাৱে আঘাট প্ৰাপ্ত হয় এজন ব্যৱসায়ী ৷

bongaigaon-firing-one-injured
ব্যৱসায়ীক লক্ষ্য কৰি বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা

বঙাইগাঁও, 11 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ পাতিলাদাহত শুকুৰবাৰৰ দিন দুপৰতে এক গুলীচালনা ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তৰ গুলীত গুৰুৰ্তৰভাৱে আঘাট প্ৰাপ্ত হয় এজন ব্যৱসায়ী ৷

বঙাইগাঁৱৰ কুৰ্শামাৰীৰ পাতিলাদহা-আলুখুন্দা পথত সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তৰ গুলীত আঘাট প্ৰাপ্ত ব্যৱসায়ীজনৰ নাম চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং গৰাইমাৰীৰ 35 বছৰীয়া ৰফিকুল ইছলাম বুলি জানিবপৰা গৈছে ৷

স্থানীয় লোকে সদৰি কৰা মতে, এটা দুৰ্বৃ্ত্ত এখন মটৰ চাইকেলেৰে আহিছিল আৰু পাতিলাদাহত উপস্থিত হোৱাৰ পিচতে ব্যৱসায়ী ৰফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰিছিল ৷ গুলীচালনা কৰাৰ পিচতে দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে স্থানীয় লোকে ৷

উল্লেখ্য যে, অতি সংকটজনক অৱস্থাত ব্যৱসায়ীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

লগতে পঢ়ক:এম্বুলেঞ্চৰ চালকৰ আসনত বিধায়িকা নন্দিতা দাস

Last Updated : Feb 11, 2021, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.