- অভয়াপুৰীৰ নিকটৱৰ্তী পশ্চিম আমগুৰিত অগ্নিকাণ্ডৰ ঘটনা
- হঠাতে সংঘটিত অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় মতিউৰ ৰহমান, চহিদ আলী, আব্দুল হুছেইন, ৰকমত আলী , আব্দুল ৰেজ্জাক আৰু জহৰ আলীৰ বাসগৃহ
- লক্ষাধিক নগদ ধনসহ ধান, সৰিয়হকে ধৰি প্ৰায় 20 লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায়
- ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় অগ্নি
- চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
অভয়াপুৰীত অগ্নিকাণ্ড: আঠটা বাসগৃহ ভষ্মীভূত - ABHAYAPURI
অভয়াপুৰীত অগ্নিকাণ্ডৰ ঘটনা ৷ শুকুৰবাৰে সংঘটিত অগ্নিকাণ্ডৰ ফলত আঠটা বাসগৃহ ভষ্মীভূত ৷
অভয়াপুৰীত অগ্নিকাণ্ড: আঠটা বাসগৃহ ভষ্মীভূত
- অভয়াপুৰীৰ নিকটৱৰ্তী পশ্চিম আমগুৰিত অগ্নিকাণ্ডৰ ঘটনা
- হঠাতে সংঘটিত অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় মতিউৰ ৰহমান, চহিদ আলী, আব্দুল হুছেইন, ৰকমত আলী , আব্দুল ৰেজ্জাক আৰু জহৰ আলীৰ বাসগৃহ
- লক্ষাধিক নগদ ধনসহ ধান, সৰিয়হকে ধৰি প্ৰায় 20 লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায়
- ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় অগ্নি
- চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
Intro:অভয়াপুৰীত অগ্নিকাণ্ডBody:Slug- অভয়াপুৰীত অগ্নিকাণ্ডৰ ঘটনা, আঠটা বাসগৃহ ভষ্মীভূত।
Date- 19.04.19
Voice Over- অভয়াপুৰীৰনিকটৱৰ্তী পশ্চিম আমগুৰিত আজি দিনত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হঠাতে সংঘটিত অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় মতিউৰ ৰহমান, চহিদ আলী, আব্দুল হুছেইন, ৰকমত আলী , আব্দুল ৰেজ্জাক আৰু জহৰ আলীৰ বাসগৃহ। লগতে লক্ষাধিক নগদ ধন সহ ধান, সৰিয়হকে ধৰি প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায়। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় অগ্নিকাণ্ড । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
Regards
Indranil Das, News Contributor
ETV BHARAT
ABHAYAPURI SOUTHConclusion:Visual 2
Byte- স্থানীয় ব্যক্তি