ETV Bharat / state

মন্ত্ৰীত্ব লাভৰ বাবে কোনে কাৰ লগত মিত্ৰতা স্থাপন কৰিলে - কি ক'লে আব্দুল খালেকে ? - CONGRESS

বঙাইগাঁৱত সংবাদমেলৰ লগতে নিৰ্বাচনী সভাত অংশগ্ৰহণ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ

মন্ত্ৰীত্ব লাভৰ বাবে কোনে কাৰ লগত মিত্ৰতা স্থাপন কৰিলে - কি ক'লে আব্দুল খালেকে ?
author img

By

Published : Apr 5, 2019, 5:05 AM IST

বঙাইগাঁও, ৪ মাৰ্চ : "মন্ত্ৰীত্বৰ লাভত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে"-এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ । খালেকে বৃহস্পতিবাৰে বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম গণ পৰিষদক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে । লগতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দী নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও দাবী কৰে খালেকে । সংবাদমেলত বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ বিধায়ক ফণীভূষন চৌধুৰীক খালেকে কঠোৰ সমালোচনা কৰি অসম গণ পৰিষদক এটা ভ্ৰষ্ট ৰাজনৈতিক দল বুলি মত পোষণ কৰে । ইয়াৰ উপৰিও, মন্ত্ৰিত্বৰ লাভতহে বিজেপিৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি অসম গণ পৰিষদক কয় ।

মন্ত্ৰীত্ব লাভৰ বাবে কোনে কাৰ লগত মিত্ৰতা স্থাপন কৰিলে - কি ক'লে আব্দুল খালেকে ?

সংবাদমেলৰ পাচত খালেকে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে এখন দলীয় নিৰ্ব্বাচনী সভাতো অংশগ্ৰহণ কৰে । খালেকে সংবাদমেলৰ লগতে দলীয় সভাতো অসম গণ পৰিষদক কঠোৰ ভাৱে সমালোচনা কৰি কয় " আমি অসম গণ পৰিষদৰ দৰে নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰাৰ মিছা নাটক নকৰো " । এতিয়া অসমৰ ৰাইজে মিছা নাটকৰ উত্তৰ নিশ্চয় অসম গণ পৰিষদক দিব । সভাত খালেকে বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বঙাইগাঁৱৰ সকলো তীৰ্থস্থানৰ উন্নয়ন বাবেও সদায় লক্ষ্য কৰা হ'ব বুলি মন্তব্য কৰে । আকৌ, বৰপেটা লোকসভা সমষ্টিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দাবী জনাই খালেকে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ডি ভোটাৰৰ বিৰোধিতা কৰি বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষনা কৰা উচিত বুলি দাবী কৰে ।

SLUG= Bongaigaon Congress Candidate-pressmeet-with metting

HEADLINE= মন্ত্ৰীত্ব লাভৰ বাবে কোনে কাৰ লগত মিত্ৰতা স্থাপন কৰিলে - কি ক'লে আব্দুল খালেকে ? 

SUMMARY= বঙাইগাঁৱত সংবাদমেলৰ লগতে নিৰ্বাচনী সভাত অংশগ্ৰহণ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ 

বঙাইগাঁও, ৪ মাৰ্চ : "মন্ত্ৰীত্বৰ লাভত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে"-এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ ।  খালেকে বৃহস্পতিবাৰে বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম গণ পৰিষদক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে । লগতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদন্দি নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও দাবী কৰে খালেকে । সংবাদমেলত বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ বিধায়ক ফণীভূষন চৌধুৰীক খালেকে কঠোৰ সমালোচনা কৰি অসম গণ পৰিষদক এটা ভ্ৰষ্ট ৰাজনৈতিক দল বুলি মত পোষণ কৰে । ইয়াৰ উপৰিও, মন্ত্ৰিত্বৰ লাভতহে বিজেপিৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি অসম গণ পৰিষদক কয় ।

 সংবাদমেলৰ পাচত খালেকে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে এখন দলীয় নিৰ্ব্বাচনী সভাতো অংশগ্ৰহণ কৰে । খালেকে সংবাদমেলৰ লগতে দলীয় সভাতো অসম গণ পৰিষদক কঠোৰ ভাৱে সমালোচনা কৰি কয় " আমি অসম গণ পৰিষদৰ দৰে নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰাৰ মিছা নাটক নকৰো " । এতিয়া অসমৰ ৰাইজে মিছা নাটকৰ উত্তৰ নিশ্চয় অসম গণ পৰিষদক দিব । সভাত খালেকে বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বঙাইগাঁৱৰ সকলো তীৰ্থস্থানৰ উন্নয়ন বাবেও সদায় লক্ষ্য কৰা হ'ব বুলি  মন্তব্য কৰে । আকৌ, বৰপেটা লোকসভা সমষ্টিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দাবী জনাই খালেকে নাগৰিকত্ব সংশোধনি বিধেয়ক আৰু ডি ভোটাৰৰ বিৰোধিতা কৰি বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষনা কৰা উচিত বুলি দাবী কৰে । 
noname.jpg

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.