ETV Bharat / state

গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰী আটক

author img

By

Published : Jun 17, 2021, 7:54 PM IST

Updated : Jun 17, 2021, 9:10 PM IST

গহপুৰৰ ৰঙাজান অঞ্চলৰ পৰা দুই হাৰগিলা চৰাই চিকাৰীক আটক কৰে গহপুৰ আৰক্ষীয়ে ৷ দুই চিকাৰীৰ নাম ক্ৰমে বিৰি লাংলিন আৰু সংগ্ৰাম বসুমতাৰী ৷

bird hunter
গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰীক আটক

বিশ্বনাথ, 17 জুন : বৃহস্পতিবাৰে গহপুৰত দুই চৰাই চিকাৰীক আটক কৰে গহপুৰ আৰক্ষীয়ে ৷ AR-01J-9030 নম্বৰৰ এখন বিলাসী বাহন লৈ চিকাৰৰ বাবে আহিছিল এই দুই চিকাৰী ৷ গহপুৰ আৰক্ষীয়ে সদৰি কৰা মতে দুই চিকাৰীৰ নাম ক্ৰমে অৰুণাচল প্ৰদেশৰ বিৰি লাংলিন আৰু গহপুৰ হালধীবাৰীৰ সংগ্ৰাম বসুমতাৰী ৷

গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰীক আটক

এই দুই চৰাই চিকাৰীয়ে হাৰগিলা চৰাই চিকাৰৰ বাবে আহিছিল ৷ দুই চিকাৰীৰ পৰা এটা এয়াৰ গান আৰু কেইবা জাঁই গুলী জব্দ কৰে গহপুৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ নিয়মীয়া তহলৰ সময়তে ৰঙাজান অঞ্চলৰ পৰা আটক কৰা হয় দুই চিকাৰীক ৷ ইফালে এটা মৃত হাৰগিলা চৰায়ো উদ্ধাৰ কৰে গহপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ

Last Updated : Jun 17, 2021, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.