ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 26, 2022, 9:28 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Corruption in irrigation project: ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

ৰঙিয়াত পোহৰলৈ আহিছে জলসিঞ্চন আঁচনিত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য ৷ ৰঙিয়াৰ চিৰাখুন্দিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ ডেৰ কোটি টকীয়া অভিলাষী আঁচনি । খেতিয়কৰ পৰিৱৰ্তে লাভবান হৈছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ (Corruption in irrigation project) ।

Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে শুক্ৰবাৰে সংগীত নাটক একাডেমী বঁটাৰ বটা প্ৰাপককসকলৰ নাম ঘোষণা কৰে । 2019,2020 আৰু 2022 বৰ্ষৰ বাবে এই বঁটাৰ বটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। অসমৰ কেইবাগৰাকী শিল্পীয়ে লাভ কৰিছে এই সন্মান (Sangeet Natok Academy Award 2022)।

GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন । চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু হৈছে এজন ব্যক্তিৰ(One dies after falling from a roof in GMCH ) । মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮) বুলি চিনাক্ত কৰা হৈছে।

Sangeet Natak Amrit Award: বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজালৈ সংগীত নাটক অকাডেমী অমৃত বঁটা

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰ প্ৰদান কৰা হৈছে সংগীত নাটক অকাডেমী অমৃত বঁটা (Sangeet Natak Amrit Award)৷ এই সংগীত নাটক অকাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা (Sangeet Natak Amrit Award to Guru prasad Ojah) ৷

Lachit Barphukan 400 birth anniversary: লাচিত জয়ন্তী: শোণিতপুৰ জিলাৰ বাবে ৫০ লাখ টকা আৱন্টন

অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ( Lachit Barphukan 400 birth anniversary)সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰা হয় ৷ এই বিশাল আয়োজনৰ বাবে শোণিতপুৰ জিলাৰ বাবে মুঠ ৫০ লাখ টকা মুকলি কৰি দিয়া হৈছিল (State govt fund 50 lacs to Sonitpur) ৷

Young woman collapsed and died: গোলাপী অনুষ্ঠানত অংশগ্ৰহণৰ সময়তে ঢলি পৰি যুৱতীৰ মৃত্যু

কৰ্ণাটকৰ উদুপীৰ হাৱঞ্জেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ হাৱাঞ্জেৰ বাসিন্দা জোছনা লুইছ (২৩) নামৰ যুৱতীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তে হঠাতে বাগৰি পৰি অকাল মৃত্যুক আঁকোৱালি লয়(A young woman collapsed and died) ৷

100 years of Nat Mahotsav: ধেমাজিত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নাট মহোৎসৱৰ শতবাৰ্ষিকী

ধেমাজিত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে 24 নৱেম্বৰৰ পৰা অন্যতম পুৰণি নাট প্ৰতিযোগিতা নগাখেলিয়া গাঁও নাটৰ শতবাৰ্ষিকী বিস্তৃত কাৰ্যসূচী উৎসাহ উদ্দীপনাৰে আৰম্ভ কৰা হৈছে (100 years of Nat Mahotsav celebrated ) ৷ প্ৰথম দিনা পুৱা ১১ বজাত শতবাৰ্ষিকীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি আদিত্য হাজৰিকাই ৷ স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক ৰুবুল দত্তই ৷

AAP protest in Guwahati : খোৱাপানী বিচাৰি মহানগৰীত আপৰ অভিনৱ প্ৰতিবাদ

গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সংকটকলৈ আম আদমী পাৰ্টীৰ এক অভিনৱ প্ৰতিবাদ (AAP protest in Guwahati)। আম আদমী পাৰ্টীৰ নেতৃত্বত একাংশ শিল্পীয়ে মহানগৰীৰ গণেশগুৰিত মহানগৰীৰ খোৱাপানীৰ সমস্যাকলৈ(Guwahati drinking water problem) শুকুৰবাৰে প্ৰদৰ্শন কৰিলে এক বাটৰ নাট (Street play in Guwahati)। এই বাটৰ নাটৰ জৰিয়তে আম আদমী পাৰ্টীয়ে সাব্যস্ত কৰিলে এই অভিনৱ প্ৰতিবাদ ।

Special marriage held Hampi Temple: কইনা বেলজিয়ামৰ সমাজকৰ্মী, দৰা ভাৰতৰ অটোচালক

বেলজিয়ামৰ যুৱতীৰে বিবাহত আৱদ্ধ ভাৰতীয় যুৱক ৷ প্ৰায় চাৰি বছৰীয়া প্ৰেমৰ পাছত সম্পূৰ্ণ ভাৰতীয় পৰম্পৰা অনুসৰি বিবাহ পাশত আৱদ্ধ হয় দুয়ো ৷

Scam in Water supply Scheme: এটুপাল খোৱাপানীৰ বাবে চাপানলাবাসীৰ হাহাকাৰ

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানলাৰ ঘাঁচিবস্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰা পানী যোগান আঁচনিখন বৰ্তমান সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে (Scam in Water supply Scheme at Barhampur)। ফলত স্থানীয় ৰাইজে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে (Public demand for pure water)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.