ETV Bharat / state

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ পথ আৰু দলঙৰ আধাৰশিলা স্থাপন

author img

By

Published : Sep 28, 2020, 10:10 AM IST

Updated : Sep 28, 2020, 10:35 AM IST

অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিত বহু কেইখন নতুন দলং আৰু পথৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তা দধিৰাম শৰ্মা উপস্থিত থাকে ৷

Minister Ranjit Dutt's path and laying of foundation stone of bridge in Bihali
বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ পথ আৰু দলঙৰ আধাৰশিলা স্থাপন

বিশ্বনাথ 28 ছেপ্টেম্বৰ : দেওবাৰে বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই কেইবাখনো নতুন দলং আৰু পথৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিশ্বনাথ চাৰিআলিৰ গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তা লগতে বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাকে ধৰি বহু কেইজন দলীয় সদস্য উপস্থিত থাকে ৷

মন্ত্ৰী ৰঞ্জিত দত্তই প্ৰথমে বিহালী সমষ্টি অন্তৰ্গত ভৰালী জুলি লক্ষী মন্দিৰৰ পৰা ভৰালী জুলিলৈ যোৱা পথটোৰ এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন কৰা দলং খন SDPO-G 2019-2020 বৰ্ষৰ আঁচনিৰ অধিনত ১ কোটি ৭১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ।

অন্য এক খবৰৰ বাবে: বৰপেটাত এন এছ ইউ আইত যোগদান শতাধিক ছাত্ৰৰ

ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ আন এটা পথৰ আধাৰশিলা স্থাপন কৰে ৷ সমষ্টিটোৰ দীনদয়াল মহাবিদ্যালয় পৰা ৰতোৱা গাঁও হৈ বৰপুৰালৈ যোৱা পথটোৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ পথটো SOPD-G 2019-2020 বৰ্ষৰ আচনিৰ অধিনত ২ কোটি ৬১ লাখ টকাৰে পকীকৰণ কৰা হ'ব ৷

ইফালে, ৰতোৱা চেন্টাৰ পৰা খৰাশিমলুলৈ যোৱা পথটোও ২.৬১ লাখৰে উন্নতি কৰণৰ কৰা হ'ব ৷ দেওবাৰে উন্নতি কৰণৰ শুভাৰম্ভণি কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷

অন্য এক খবৰৰ বাবে: মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

Last Updated : Sep 28, 2020, 10:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.