বিশ্বনাথ, ১৪ ফেব্ৰুৱাৰী: আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই-মাদ্ৰাছা পৰীক্ষা । বিশ্বনাথ জিলাৰ বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বিহালী যুৱক সংঘই শিক্ষাৰ্থী সকলক পৰীক্ষাৰ বাবে জনালে শুভকামনা ।