ETV Bharat / state

বিশ্বনাথত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুৰৈ নৈৰ খহনীয়াই - বিশ্বনাথৰ নৈপৰীয়া পৰিয়াল

বিশ্বনাথৰ নৈপৰীয়া কেইবাটাও পৰিয়াললৈ বিপদ নমাই আনিছে বুৰৈ নদীৰ গৰাখহনীয়াই ৷ ইতিমধ্যে বুৰৈ নাৰ খহনীয়াত জাহ গৈছে প্ৰায় 40 বিঘা কৃষিভূমি ৷

massive river erosion in biswanath
massive river erosion in biswanath
author img

By

Published : Jun 17, 2020, 8:13 PM IST

বিশ্বনাথ, 17 জুনঃ বুৰৈ নদীৰ গৰাখহনীয়াই বিপদ নমাই আনিছে বিশ্বনাথৰ নৈপৰীয়া কেইবাটাও পৰিয়াললৈ ৷ মাত্ৰ তিনি-চাৰি দিনৰ ভিতৰতে বুৰৈ নদীৰ বুকুত জাহ গৈছে প্ৰায় 40 বিঘা কৃষিভূমি ৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে একমাত্ৰ কৃষি নিৰ্ভৰ ৰৌমাৰীৰ কেইবাটাও কৃষকৰ পৰিয়াল ৷

চপৰা চপৰে খহিছে বুৰৈ নৈৰ গৰা
চপৰা চপৰে খহিছে বুৰৈ নৈৰ গৰা

কিন্তু এতিয়াও জল সম্পদ বিভাগৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বান বিধ্বস্ত কাইজে ৷ বানাক্ৰান্ত লোকে তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ জলসম্পদ বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলিও উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷

বিশ্বনাথত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুৰৈ নৈৰ খহনীয়াই

লগতে পঢ়কঃ চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.