ETV Bharat / state

বিহালীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 31, 2019, 6:49 PM IST

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কুলাগুৰি নদীৰ পাৰত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় ৷

কুলাগুৰি নদীৰ পাৰত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ

বিশ্বনাথ , 31 অক্টোবৰঃ বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বিহালীত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কুলাগুৰি নদীৰ পাৰত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ ৷ মৃতদেহটোৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ জিলা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

কুলাগুৰি নদীৰ পাৰত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ

লগতে পঢ়তঃ বাক্সাত দিশহাৰা এটা দৰিদ্ৰ পৰিয়ালঃ চৰকাৰলৈ সহায়ৰ আহ্বান ৰাইজৰ

Intro:BREAKING BEHALIBody:BREAKING BEHALIConclusion:BREAKING BEHALI

বিহালীত অচিনাক্ত মৃতদেহ উদ্ধাৰ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কুলাগুৰি নদীৰ পাৰতে উদ্ধাৰ যুৱকজনৰ মৃতদেহ । প্ৰায় ৩০ বছৰীয়া যুৱক জনক বৰ্তমান লৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষী তথা ওচৰ চুবুৰীয়াই । দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.