ETV Bharat / state

বিহালীত জয়ন্ত বৰাৰ সমৰ্থকৰ কৰিলে চিপিআই (এম এল)ত যোগদান - নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰা

বিহালীৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ সমৰ্থকে সংগ এৰি যোগদান কৰিলে চিপিআই (এম এল)ত । শুকুৰবাৰে কংগ্ৰেছৰ দলৰ বিহালী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ উপস্থিতিত যোগদান কৰে ।

বিহালীত জয়ন্ত বৰাৰ সমৰ্থকৰ কৰিলে চিপিআই (এম এল)ত যোগদান

author img

By

Published : Mar 26, 2021, 7:40 PM IST

বিশ্বনাথ, ২৬ মাৰ্চ: ৰাজ্যৰ অব্যাহত আছে দল বাগৰাৰ ৰাজনীতি । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিহালী সমষ্টিৰ কেইবাগৰাকী সদস্যই যোগদান কৰে চিপিআই (এম এল)ত । শুকুৰবাৰে বিহালী সমষ্টিৰ চিপিআই(এম এল)ৰ কুঁহিয়াৰবাৰী কাৰ্যালয়ত 'জয়ন্ত বৰা ফেন ক্লাব'ৰ কেইবাগৰাকী সদস্যই আনুষ্ঠানিকভাৱে চিপিআই (এম এল)ত যোগদান কৰে ।

বিহালীত জয়ন্ত বৰাৰ সমৰ্থকৰ কৰিলে চিপিআই (এম এল)ত যোগদান
বিহালীত জয়ন্ত বৰাৰ সমৰ্থকৰ কৰিলে চিপিআই (এম এল)ত যোগদান

৭৭ নং বিহালী বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ কেইবাগৰাকীয়ো সমৰ্থকে চিপিআই (এম এল) আৰু কংগ্ৰেছৰ দলৰ বিহালী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ উপস্থিতিত যোগদান কৰে । ইফালে নিৰ্বাচনলৈ মাত্ৰ এটা দিন বাকী থকাৰ সময়তে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ওচৰৰ পৰা এইদৰে ভোটাৰসকল দৈনিক আঁতৰি যোৱাত চিন্তাত পৰিছে জয়ন্ত বৰা ।

লগতে পঢ়ক: শিলচৰলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.