ETV Bharat / state

পকী খুটাৰ বাবে ধন দাবীৰ অভিযোগ শক্তি বিভাগৰ বিৰুদ্ধে - ভঙা খুটাত ১১ হাজাৰ ভল্টেজৰ বিদ্যুত

ভগা কাঠৰ খুটাত ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ তাঁৰ বান্ধি সৰ্বসাধাৰণক মৃত্যুৰ সৈতে খেলিবলৈ এৰি দিছে শক্তি বিভাগে ৷

পকী খুটাৰ বাবে ধন দাবীৰ অভিযোগ শক্তি বিভাগৰ বিৰুদ্ধে
author img

By

Published : Aug 28, 2019, 11:06 PM IST

বিশ্বনাথ,28আগষ্টঃ বিশ্বনাথৰ বহু অঞ্চলত কাঠৰ খুঁটাত বিদ্যুতৰ তাঁৰ সংযোগৰ কাৰ্যই শংকিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ বিশ্বনাথৰ বিদ্যুত উপ সংমণ্ডলৰ অধীনৰ কুৱঁৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত থকা ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ তাঁৰ কাঠৰ ভঙা খুঁটাত সংযোগ হৈ থকাত হচকিত হৈছে ৰাইজ ৷ কিছু দিনৰ পূৰ্বে বিশ্বনাথত বিদ্যুতৰ খুটাত লাগি এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পাছতো এই সন্দৰ্ভত চৰম অৱহেলাৰ অভিযোগ উঠিছে শক্তি বিভাগৰ বিৰুদ্ধে ৷ লক্ষ্যণীয় যে, কাঠৰ খুঁটাৰ পৰিৱৰ্তে বিকল্প হিচাপে পকী খুটাৰ নামত বিভাগটোৱে ধন দাবী কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

Intro:as_biswanath_803_28_aug_electricity_post_ reject_vis_byte_scrpt_as10018
Body:as_biswanath_803_28_aug_electricity_post_ reject_vis_byte_scrpt_as10018
Conclusion:as_biswanath_803_28_aug_electricity_post_ reject_vis_byte_scrpt_as10018

বিশ্বনাথত শক্তি বিভাগৰ আজৱ কাণ্ড ১১ হাজাৰ ভল্টৰ বিদ্যুৎ
তাঁৰ কাঠৰ খুঁটা সংযোগ
সংকিত গাওঁবাসী

বিশ্বনাথত শক্তি বিভাগৰ একাংশ কৰ্মচাৰী কাৰ্ম কাণ্ডত অতিষ্ঠ গাওঁবাসী ।
যোগ যোগ ধৰি কাঠত
খুঁটা বিদ্যুৎ তাঁৰ সংযোগে সংকিত কৰি তুলিছে গাওঁ বাসীক ।
বিশ্বনাথৰ বিদ্যুত উপ
সংমণ্ডলৰ অধীনৰ কুৱঁৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত থকা ১১ হাজাৰ ভল্টেজৰ বিদ্যুত তাঁৰ
কাঠৰ ভঙা খুঁটাত
সংযোগ হৈ থকাত শংকিত কৰি তুলিছেস্থানীয় ৰাইজক।

বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে বিশ্বনাথ বিদ্যুত উপ: সংমণ্ডলৰ বিষয়াক এই ভঙা কাঠৰ খুঁটা
সন্দৰ্ভত অৱগত কৰিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি চৰম অৱহেলাৰ অভিযোগ উঠিছে ।
শক্তি
বিভাগৰ চৰম গাফিলতিৰ বাবে যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা।

এই কাঠৰ খুঁটাৰ
পৰিৱৰ্তে বিকল্প ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো সময়তে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অঞ্চলটোত। উল্লেখযোগ্য যে এই ভঙা বিদ্যুতৰ কাঠৰ খুটাৰ লগতে লাগি আছে অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ
এতিয়া এই কলেজ খনৰ ছাত্র ছাত্ৰী সকল সংকিত ভোগীব লগা হৈছে ‌।
ৰাইজৰ দাবী শীঘ্ৰে কঠাৰ খুটা সলনি কৰি পকা
খুঁটা
স্থাপন কৰিবলৈ দাবী জনাইছে আনহাতে এই পকী খুটা নামত বিশ্বনাথৰ শক্তি বিভাগৰ ধন দাবী কৰাও বুলি ও প্ৰকাশ কৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.