ETV Bharat / state

মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদমেল সম্বোধন - বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদ মেল

সংবাদ মেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিজন প্ৰশাসনিক বিষয়াক গাওঁ চহৰৰ সকলো ৰাইজক সজাগ কৰিবলৈ আহ্বান জনাই ‌।

বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদমেল সম্বোধন
বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদমেল সম্বোধন
author img

By

Published : Mar 27, 2020, 8:18 PM IST

বিশ্বনাথ, 27 মাৰ্চঃ শুকুৰবাৰে বিশ্বনাথত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনৰ স'তে এখন সংবাদ মেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিজন প্ৰশাসনিক বিষয়াক গাওঁ চহৰৰ সকলো ৰাইজক সজাগ কৰিবলৈ আহ্বান জনাই ‌।

ইফালে এই সংকটৰ সময়ত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীক লোকসকলৰ খাদ্য সামগ্ৰী আগবঢ়োৱা কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে যি সকল গুৰুত্বৰভাৱে অসুস্থ ৰোগী সেই সকলৰ বাবে ঘৰতে প্ৰয়োজনীয় ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাই মন্ত্ৰী ৰণজিৎ দত্তই ‌।

লগতে পঢ়কঃ 10 মহীয়া কেঁচুৱাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

সংবাদ মেলখনত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , গহপুৰ বিধায়ক উৎপল বৰা, অসম পণ্যগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ লগতে চতিয়া সমষ্টি বিধায়ক পন্ম হাজৰিকাসহ জিলাখনৰ প্ৰতিটো বিভাগৰ উচ্চ পদস্থ বিষয়া ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.