- ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙাৰ পৰা ওলাই অহা হৰিণা উদ্ধাৰ
- শনিবাৰে স্থানীয় ৰাইজে বিহালী ভীমদঙা গাঁৱত উদ্ধাৰ কৰে হৰিণাটো
- পুৱা উদ্ধাৰ হোৱা হৰিণাটো পাচত বিহালী আৰক্ষীক চমজাই দিয়ে
বিহালীত হৰিণা উদ্ধাৰ
শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ষষ্ঠ সংযোজনাৰ পৰা ওলাই অহা এটা হৰিণা বিহালী ভীমদ্ঙা গাঁৱত উদ্ধাৰ হয় । স্থানীয় ৰাইজে হৰিণাটো উদ্ধাৰ কৰি বিহালী আৰক্ষীক চমজাই দিয়ে ।
বিহালীত হৰিণ উদ্ধাৰ
- ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙাৰ পৰা ওলাই অহা হৰিণা উদ্ধাৰ
- শনিবাৰে স্থানীয় ৰাইজে বিহালী ভীমদঙা গাঁৱত উদ্ধাৰ কৰে হৰিণাটো
- পুৱা উদ্ধাৰ হোৱা হৰিণাটো পাচত বিহালী আৰক্ষীক চমজাই দিয়ে
Intro:As_behali_20july_deer rcvy_photo _srpt Body:As_behali_20july_deer rcvy_photo _srpt Conclusion:বিহালী ভীমদ্ঙা হৰিণ উদ্ধাৰ কৰি চমজাই দিলে
বিহালী ৰাইজৰ লগতে বিপদাপন্ন বনৰীয়া জীৱ জন্তু । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ষষ্ঠ সংযোজনাৰ পৰা ওলাই অহা এটা হৰিণ যোৱা আজি বিহালী ভীমদ্ঙা গাঁৱত উদ্ধাৰ কৰে ।জানিব পৰা মতে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভীমদ্ঙা গাঁৱত এটা প্ৰকাণ্ড হৰিণে বিচৰণ কৰা প্ৰত্যক্ষ দৰ্শি ক্ৰমে , চুমন সিং ভক্তা,কৈলাশ বমজান,মিন্টু বৰোৱা,বিমল দাস লগতে মুনিন্দ্ৰ দাস আৰু স্থানীয় ৰাইজৰ সহযোগত পুৱা 10 বজাত হৰিণটো উদ্ধাৰ কৰি বিহালী আৰক্ষীক চমজাই দিয়ে ।