ETV Bharat / state

অসম ৰাজ্যিক বিদ্যুৎ শ্ৰমিক ইউনিয়নৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি - BISWANATH

বিশ্বনাথ চাৰিআলি কমলাকান্ত নাট্য সমাজ প্ৰাংগণত আয়োজিত অসম ৰাজ্যিক বিদ্যুৎ শ্ৰমিক ইউনিয়নৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনত চাৰিশৰো অধিক কৰ্মচাৰীৰ অংশগ্ৰহণ

অসম ৰাজ্যিক বিদ্যুৎ শ্ৰমিক ইউনিয়নৰ দশম দ্বি বাৰ্ষিক অধিৱেশন
author img

By

Published : Mar 24, 2019, 5:19 PM IST

বিশ্বনাথ,২৪ মাৰ্চঃবিশ্বনাথ চাৰিআলি কমলাকান্ত নাট্য সমাজ প্ৰাংগণতআয়োজিত যোৱা ২২ মাৰ্চ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক বিদ্যুৎ শ্ৰমিক ইউনিয়নৰ দশম দ্বি বাৰ্ষিক অধিৱেশনখনিৰ দেওবাৰে সামৰণি পৰে

বিভিন্ন কাৰ্যসূচীৰে সৈতেতিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই দ্বি- বাৰ্ষিক অধিৱেশন । এই অধিৱেশনৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে প্ৰকাশ কৰে আলোক নামৰ এখন স্মৃতি গ্ৰন্থ । স্মৃতি গ্ৰন্থ খনি উন্মোচন কৰে দৰং কলেজৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা অসমীয়া বিভাগৰ অধ্যাপক পূৰ্ণেশ্বৰ নাথে । উল্লেখ্য যে চাৰিশৰো অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় অধিৱেশনখনত ।

Intro:A_BISWANATH_ASSAM STATYE POWER WORKERS UNION_24M_801_806_BYTE_VI_SC_SRIMANTA

Body:আসাম ষ্টেট পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়ন দশম দ্বি- বাৰ্ষিক অধিৱেশনৰ চতুৰ্থ দিন ।

Conclusion:বিশ্বনাথ চাৰিআলি কমলাকান্ত নাট্য সমাজ প্ৰাংগণত যোৱা ২২ মাৰ্চ পৰা আৰম্ভ হোৱা সদৌ
আসাম ষ্টেট পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়ন দশম দ্বি- বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন ।
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আসাম ষ্টেট পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়ন দশম দ্বি- বাৰ্ষিক অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীৰে আজি সামৰণি পৰিব ।
আসাম ষ্টেট পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়ন দশম দ্বি- বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এখনি আলোক নামৰ স্মৃতি গ্ৰন্থ ও প্ৰকাশ কৰে ।
স্মৃতি গ্ৰন্থ খনি উন্মোচন কৰে দৰং কলেজৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা অসমীয়া বিভাগৰ অধ্যাপক পূৰ্ণেশ্বৰ নাথে ।
নাথে স্মৃতি গ্ৰন্থ খন উন্মোচন ভাষণত কয় এতিয়া চৰকাৰে অসমৰ টেৰ্দন ইউনিয়ন সমুহৰ নোহোৱা কৰিবলৈ এক পৰিকল্পনাঃ লৈছে এই সংগঠন সমুহ নোহোৱা কৰিলে চৰকাৰ মতে কৰ্মচাৰী সকলক উঠা বঢ়া কৰাব পাৰিব বুলিও বক্তব্য ত প্ৰকাশ কৰে ।
ইফালে এতিয়া চৰকাৰ লক্ষ্য কেনেকৈ কম মূল্য ত বিদ্যুৎ ক্ৰয় কৰি অধিক মূল্য ত বিক্ৰী কৰিব পাৰি তাৰ বাহিৰে একো নাই চিন্তা চৰকাৰৰ ।
আনহাতে বৰ্তমান চৰকাৰ খনৰ কাৰ্ম কাণ্ডই অতিষ্ঠ কৰি তুলা লগতে সাংবাদিক এক প্ৰশ্ন উত্তৰ ত কয় চকীদাৰ উপাধিয়ে কোনো বিজেপি চৰকাৰৰ খনক সহায় নকৰে বুলি প্ৰকাশ কৰে ।
আনহাতে আগন্তুক লোকক সভা নিৰ্বাচনত ৰাইজে তাৰ উচিত উত্তৰ দিব বুলি কয় ।
অধিৱেশনত অসমৰ চাৰিশ ও অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

বাইট- দৰং কলেজৰ অৱসৰপ্ৰাপ্ত মূৰব্বী পূৰ্ণেশ্বৰ নাথ

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.