ETV Bharat / state

বৰপেটাত মহিলা নিৰুদ্দেশ - ছাবিৰণ নেছা নামৰ মহিলাগৰাকী নিৰুদ্দেশ

বৰপেটাত কলগাছিয়াত মহিলা নিৰুদ্দেশ ৷ 27 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী ৷

কলগাছিয়াত মহিলা নিৰুদ্দেশ
নিৰুদ্দিষ্ট ছাবিৰণ নেছা
author img

By

Published : Dec 4, 2019, 12:03 PM IST

জনীয়া, 4 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াত নিৰুদ্দেশ হৈছে ছাবিৰণ নেছা (৫১) নামৰ এগৰাকী মহিলা ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলি পাথাৰ গাঁৱৰ আব্দুছ ছামাদৰ মাতৃ ছাবিৰণ নেছা যোৱা ২৭ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ সন্ধানহীন হোৱাৰ দিনৰ পৰাই পৰিয়ালবৰ্গই সকলোতে তেওঁৰ বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

কলগাছিয়াত মহিলা নিৰুদ্দেশ

3 ডিচেম্বৰত কলগাছিয়া আৰক্ষী থানাত পুত্ৰ আব্দুছ ছামাদে এক গোচৰ ৰুজু কৰে ৷ কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিলে কলগাছিয়া আৰক্ষী থানা অথবা 9365811743 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

আৰু পঢ়ক : লিয়নেল মেছী আৰু মেগান ৰেপিন'লৈ 'বেলন ডি'অৰ'-2019 সন্মান

Intro:slug: as_jania_4dec_mohila_niruddekh_vis1+byt2+pho1_story_asc10058Body:slug: as_jania_4dec_mohila_niruddekh_vis1+byt2+pho1_story_asc10058

VO: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলি পাথাৰ গাঁওৰ আব্দুছ ছামাদৰ মাতৃ ছাবিৰণ নেছা (৫১) যোৱা ২৭ নোবেম্বৰত ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰাই ছাবিৰণ নেছাৰ পৰিয়াল বৰ্গৰ সকলোৱে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰি কতো সন্ধান নোপোৱাত ছাবিৰণ নেছাৰ পুত্ৰ যোৱা ৩ ডিচেম্বৰত কলগাছিয়া আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে। যদি কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পায় তেন্তে কলগাছিয়া আৰক্ষী থানা নাইবা 9365811743 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।Conclusion:slug: as_jania_4dec_mohila_niruddekh_vis1+byt2+pho1_story_asc10058

Byt: আত্মীয়।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.