ETV Bharat / state

নামনিমুৱা ইন্টাৰচিটিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

বৰপেটাৰোড ৰেল ষ্টেচনত বৰপেটাৰোডৰ ৰেলৱে আৰক্ষীয়ে নামনিমুৱা ইন্টাৰচিটিৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ আবকাৰী বিভাগক চমজাই দিয়া হয় সুৰাখিনি ৷

author img

By

Published : Aug 10, 2019, 9:47 AM IST

নামনিমুৱা ইন্টাৰচিটিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

বৰপেটা,10আগষ্ট :

  • নামনিমুৱা ইন্টাৰচিটি ৰেলত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
  • ৰেলৱে আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি
  • কোনো দুৰ্বত্তই এটা মোনাত থৈ গৈছিল সুৰাখিনি
  • আৰক্ষীয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনত অভিযান চলায় জব্দ কৰে সুৰাখিনি
  • বৰ্তমানলৈ কোনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই
  • আবকাৰী বিভাগক চমজাই দিয়া হয় সুৰাখিনি

Intro:বৰপেটাৰোডৰ ৰেলৱে আৰক্ষীয়ে শুক্ৰবাৰে নিশা ৰেলগাড়ীত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ নামনিমুৱা ইন্টাৰচিটি ৰেলগাড়ীৰ পৰা উদ্ধাৰ কৰে বিলাতী সুৰা সমূহ ৷Body:লামডিংৰ -আলিপুৰদোৱাৰ নামনিমুৱা ইন্টাৰচিটি ৰেলত সন্দেহ যুক্ত এখন মোনা থকা বুলি বৰপেটাৰোড ৰেলৱে আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত খবৰ লাভ কৰে ৷ সেই মৰ্মে ৰেলগাড়ীখন বৰপেটাৰোড ৰেলৱে ষ্টেচন আহি পোৱাৰ লগে লগে বৰপেটাৰোড ৰেল আৰক্ষীয়ে ট্ৰেইনত অভিযান চলায় ৷ অভিযানত উক্ত মোনাৰ ভিতৰত বৃহৎ পৰিমানৰ সুৰা উদ্ধাৰ কৰে ৷ সুৰা কঢ়িয়াই নিয়া লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও জব্দ কৰা বিলাতী সুৰা সমূহ আবকাৰী বিভাগক চমজাই দিব বুলি ৰেল আৰক্ষী বিষয়া বিক্ৰম সিঙে জানিবলৈ দিয়ে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.