পাঠশালা, 27 ডিচেম্বৰ : বৰপেটা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিত বছৰৰ শেষৰটো দেওবাৰত পৰ্যটকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলে ৰাষ্ট্ৰীয় উদ্যানখন ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ গীতে-নৃত্যৰে মুখৰিত হৈছে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ।
উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিৱেশ কিছু পৰিমানে শাম কটাৰ পিচতে মুকলিমূৰীয়াকৈ ওলাই আহি কিছু আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে উদ্যানখনত ৷
লগতে পঢ়ক : ক'ভিড-19ৰ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে সাজু অন্ধ্ৰপ্ৰদেশ