বৰপেটা, 5 আগষ্টঃ বৰপেটাৰ হাউলীত সংঘটিত হৈছে এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ চিপ লৈ থকা অৱস্থাত কোঠাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ । স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ ভাতৃৰ । বৰপেটাৰোড চহৰৰ শান্তিনগৰৰ নিবাসী মহিলাগৰাকীৰ দুবছৰ পূৰ্বে বিয়া হৈছিল হাউলীৰ 2 নং ৱাৰ্ডৰ ৰঞ্জন চৌধুৰীৰ সৈতে ৷ পিছে বিয়াৰ পিছৰে পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি বোৱাৰীগৰাকীৰ ওপৰত চলাইছিল অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৱশেষত স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক ডিঙি চেপি হত্যা কৰি শোৱনি কোঠাৰ ভিতৰত ওলোমাই থয় বুলি হাউলী থানাত এজাহাৰ দাখিল কৰিছে মৃত বোৱাৰীগৰাকীৰ ভাতৃয়ে ৷ ইপিনে, ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ - স্বামী
যৌতুকৰ বাবে হত্যা কৰাৰ অভিযোগ ৷ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল
বৰপেটা, 5 আগষ্টঃ বৰপেটাৰ হাউলীত সংঘটিত হৈছে এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ চিপ লৈ থকা অৱস্থাত কোঠাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ । স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ ভাতৃৰ । বৰপেটাৰোড চহৰৰ শান্তিনগৰৰ নিবাসী মহিলাগৰাকীৰ দুবছৰ পূৰ্বে বিয়া হৈছিল হাউলীৰ 2 নং ৱাৰ্ডৰ ৰঞ্জন চৌধুৰীৰ সৈতে ৷ পিছে বিয়াৰ পিছৰে পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি বোৱাৰীগৰাকীৰ ওপৰত চলাইছিল অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৱশেষত স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক ডিঙি চেপি হত্যা কৰি শোৱনি কোঠাৰ ভিতৰত ওলোমাই থয় বুলি হাউলী থানাত এজাহাৰ দাখিল কৰিছে মৃত বোৱাৰীগৰাকীৰ ভাতৃয়ে ৷ ইপিনে, ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।
বৰপেটা, ৫ আগষ্টঃ বৰপেটাৰ হাউলীত সংঘটিত হৈছে এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ চীপলৈ থকা অৱস্থাত কোঠাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ । মৃত বোৱাৰীগৰাকীৰ নাম প্ৰতিমা ঘোষ ৷ স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ ভাতৃৰ । Body:বৰপেটাৰেড চহৰৰ শান্তিনগৰৰ জীতেন ঘোষৰ কন্যা প্ৰতিমাৰ দুবছৰ পুৰ্বে বিয়া হৈছিল হাউলীৰ ২ নং ৱাৰ্ডৰ ৰঞ্জন চৌধুৰীৰ সৈতে ৷ পিছে বিয়াৰ পিছৰে পৰাই স্বামী পৰিয়ালে যৌতুক বিচাৰি বোৱাৰী গৰাকীৰ ওপৰত চলাইছিল অত্যাচাৰ । আৰু অবশেষত স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক ডিঙি চেপি হত্যা কৰি শোৱনি কোঠাৰ ভিতৰত ওলোমাই থয় বুলি হাউলী থানাত এজাহাৰ দাখিল কৰিছে মৃত বোৱাৰীগৰাকীৰ ভাতৃয়ে ৷ ইপিনে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰন কৰিছে ।
Conclusion:বাইটঃ মৃত বোৱাৰী গৰাকীৰ ভাতৃ ৷
--- বাপকন দাস, বৰপেটা