ETV Bharat / state

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উদযাপন কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহ

author img

By

Published : Oct 26, 2019, 3:58 AM IST

বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উদযাপন হয় কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহ৷  ২৩ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সমাৰোহত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উদযাপন কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহ

বৰপেটা, 26 অক্টোৱৰ: বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উদযাপন হয় কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰূপালী জয়ন্তী সমাৰোহ৷ ২৩ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সমাৰোহত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ ৰূপালী জয়ন্তীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুজনাৰ আদৰ্শৰে স্থাপন হোৱা বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক গুৰুজনাৰ আদৰ্শৰে জীৱন গঢ় দিয়াত অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কৃষ্ণগুৰু বিদ্যাজ্যোতি বিদ্যালয়ত পঢ়া বহু ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত মৰ্যাদাসহকাৰে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ উপৰিও এই বিদ্যালয়ত মুল্যবোধৰ আধাৰত সাংস্কৃতিক শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতৰ বাটত এজন আদৰ্শ নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু পিতৃ মাতৃ সকলেও সন্তানক নৈতিক শিক্ষা প্ৰদানত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ সভাখনত কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষ ভক্তি-মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে ।

আজি এই সমাৰোহৰ অন্তিম দিনা আজি আদিগুৰু দিৱস হিচাপেও উদযাপন কৰে কৃষ্ণগুৰু বিদ্যাজ্যোতিয়ে

Intro:
বৰপেটা ২৫ অক্টোৱৰ: বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ৰপালী জয়ন্তী সমাৰোহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ ৰূপালী জয়ন্তীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুজনাৰ আদৰ্শৰে স্থাপন হোৱা বিদ্যালয়খনত অধ্যয়ন কৰা ছীত্ৰ ছাত্ৰীসকলে গুৰুজনাৰ আদৰ্শৰে জীৱন গঢ় দিয়াত অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে ৷ Body:কৃষ্ণগুৰু বিদ্যাজ্যোতি বিদ্যালয়ত পঢ়া বহু ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ বিভিন্ন ক্ষ্ত্ৰত মৰ্যাদাসহকাৰে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ৷ এই বিদ্যালয়ত মুল্যবোধৰ আধাৰত সাংস্কৃতিক শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতৰ বাটত এজন আদৰ্শ নাগৰিক হিচাপে প্ৰতিষ্ঠিত হব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু পিতৃ মাতৃ সকলেও সন্তানক নৈতিক শিক্ষা প্ৰদানত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনয় ৷ সভাখনত কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষ ভক্তি-মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে । উল্লেখ্য যে ২৩ অক্টোবৰৰ পৰা তিনিদিনীয়িকৈ অনুষ্ঠিত হৈছে কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ নামৰ বিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহ । আজি ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিন । ৰূপালী জয়ন্তী সমাৰোহৰ লগতে আজিৰ দিনটো আদিগুৰু দিৱস হিচাপে উদযাপন কৰি আহিছে কৃষ্ণগুৰু বিদ্যাজ্যোতিয়ে ।

Conclusion:বাইট: সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী অসম. ---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.