ETV Bharat / state

বৰপেটাত খহি পৰিল প্ৰাচীন শিৱ মন্দিৰৰ চূড়া

কেইবাশ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল মন্দিৰটো

বৰপেটাত খহি পৰিল প্ৰাচীন শিৱ মন্দিৰৰ চূড়া
author img

By

Published : Mar 1, 2019, 7:50 PM IST

বৰপেটা,১ মাৰ্চঃ শিৱৰাত্ৰিলৈ মাজত মাথো কেইটামান দিন। তেনে এক সময়তে শুকুৰবাৰে বৰপেটাৰ ঐতিহাসিক শিৱাশ্ৰম বহৰি সত্ৰৰ চূড়া খহি পৰে। বৰষুণৰ ফলত আকস্মিকভাৱে খহি পৰে মন্দিৰৰ চূড়াটো ।

বৰপেটাত খহি পৰিল প্ৰাচীন শিৱ মন্দিৰৰ চূড়া

কেইবাশ বছৰীয়া থানখনত প্ৰায় সাত দশক পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই কংক্ৰিটৰ মন্দিৰটো । জহি-খহি যাবলৈ লোৱা মন্দিৰটো অৰ্থৰ অভাৱত মেৰামতি কৰিব পৰা নাছিল থান পৰিচালনা সমিতিয়ে ৷বৰ্তমান মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছেথান পৰিচালনা সমিতিয়ে ৷

Slug:    A_BAR_1MARCH_802_COICLONE_DESTROY_SIVA_MANDIR_VIS_BAPKAN_DAS.                                                
বৰপেটাৰ বহৰিত খহি পৰিল শতিকা প্ৰাচীন শিৱ মন্দিৰৰ চূড়া 

বৰপেটা, ১ মাৰ্চঃ বৰপেটা জিলাৰ বহৰিত অঘটন ৷ হঠাতে খহি পৰিল শতিকা প্ৰাচীন শিৱ থানৰ মন্দিৰৰ চূড়া ৷ ধাৰাষাৰে বৰষুণৰ ফলত আকস্মিকভাৱে খহি পৰে মন্দিৰৰ চূড়াটো ৷ মন্দিৰৰ চূড়াতো খহি পৰাৰ ফলত অবশ্যে সৌভাগ্যক্ৰমে  হতাহত নহ'ল কোনো লোক ৷ প্ৰাচীন থানখনৰ মন্দিৰৰ চূড়াতো খহি পৰাৰ ফলত ভক্তসকল উদ্বিগ্ন হৈ পৰে ৷ পৰিচালনা সমিতিয়ে জনোৱা মতে দূপৰীয়া ভাগত হঠাতে চূড়াতো খহি পৰে ৷ কেবাশ বছৰীয়া থানখনত প্ৰায় সাত দশক পূৰ্বে কংক্ৰিটৰ এই মন্দিৰটো নিৰ্মান কৰা হৈছিল ৷ মন্দিৰটো কিছু পৰিমানে জহি খহি যাবলৈ লৈছিল যদিও অৰ্থৰ অভাৱত মন্দিৰটো পুনৰনিৰ্মানৰ কৰিব পৰা নাছিল থান পৰিচালনা সমিতিয়ে ৷  মন্দিৰটো নিৰ্মানৰ ক্ষেত্ৰত ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে  থান পৰিচালনা সমিতিয়ে ৷                                                     
 --- বাপকন দাস, বৰপেটা                                                      
 ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.