ETV Bharat / state

কেনে আছে শ্বেলী আৰু অবনি ? মনত আছেনে তেওঁলোকক ?

ফেচবুক প্ৰেমৰ জ্বলন্ত উদাহৰণ শ্বেলী আৰু অবনি কোঁচ ৷ 2015 চনতে ফেচবুক প্ৰেমক বিচাৰিয়েই সুদূৰ জাৰ্মানীৰ পৰা এগৰাকী সুন্দৰী অসমলৈ আহি বিয়াত বহিছিল এজন অসমীযা যুৱকৰ সৈতে ৷ ফেচবুক প্ৰেমৰ পৰিণতিতে সকলোকে আচৰিত কৰি সুদুৰ জাৰ্মানীৰ পৰা অবনিৰ ওচৰলৈ সকলো এৰি গুচি আহিছিল সুন্দৰী শ্বেলী ৷ অসমীয়া ৰীতি নীতি অনুসাৰে হৈ যোৱা বিয়াখনৰ পাছৰেই শ্বেলীয়ে সম্পূৰ্ণ অসমীয়া সংস্কৃতিক আঁকোৱালী লৈছিল ৷ সম্প্ৰতি জাৰ্মানীত কৰ্মৰত অবনি ৷  অসমৰ গ্ৰাম্য জীৱনৰ পৰা জাৰ্মানীলৈ গৈ কৰ্ম সংস্থাপনো বিচাৰি লৈছে অবনি কোঁচে ৷ জাৰ্মানৰ এটা উদ্যোগত সদ্যহতে কৰ্মৰত অসমৰ অবনি কোঁচ

কেনে আছে শ্বেলী আৰু অবনি ? মনত আছেনে তেওঁলোকক ?
author img

By

Published : Sep 28, 2019, 7:13 PM IST

পাটাছাৰকুছি, 29 ছেপ্টেম্বৰঃ ফেচবুক প্ৰেমৰ জ্বলন্ত উদাহৰণ শ্বেলী আৰু অবনি কোঁচ ৷ 2015 চনতে ফেচবুক প্ৰেমক বিচাৰিয়েই সুদূৰ জাৰ্মানীৰ পৰা এগৰাকী সুন্দৰী অসমলৈ আহি বিয়াত বহিছিল এজন অসমীযা যুৱকৰ সৈতে ৷ ফেচবুক প্ৰেমৰ পৰিণতিতে সকলোকে আচৰিত কৰি সুদুৰ জাৰ্মানীৰ পৰা অবনিৰ ওচৰলৈ সকলো এৰি গুচি আহিছিল সুন্দৰী শ্বেলী ৷ তাৰপিচতে অসমীয়া ৰীতি নীতি অনুসৰি বিয়া হৈছিল দুয়ো প্ৰেমিক প্ৰেমিকা ৷ এই বিয়াৰ পাছতে জাৰ্মানীৰ যুৱতী শ্বেলীয়ে সম্পূৰ্ণ অসমীয়া সংস্কৃতিক আঁকোৱালী লৈছিল ৷ সম্প্ৰতি জাৰ্মানীত কৰ্মৰত অবনি ৷ অসমৰ গ্ৰাম্য জীৱনৰ পৰা জাৰ্মানীলৈ গৈ কৰ্ম সংস্থাপনো বিচাৰি লৈছে অবনি কোঁচে ৷ জাৰ্মানৰ এটা উদ্যোগত সদ্যহতে কৰ্মৰত অসমৰ অবনি কোঁচ ৷

ফেচবুক প্ৰেমঃ কৰ্ম জীৱনৰ মাজেৰে জাৰ্মানীত শ্বেলী আৰু অবনিৰ সুখৰ সংসাৰ

নিজৰ কৰ্ম জীৱনৰ মাজেৰে জাৰ্মানীত এতিয়া শ্বেলী আৰু অবনিৰ সুখৰ সংসাৰ ৷ অবনিৰ লগে লগেই ছবি আঁকি জীৱিকাত ব্যস্ত শ্বেলী কোঁচ ৷ তাৰ মাজতেই নিজৰ কণমানি ছোৱালীজনীক লৈ স্বামী অবনিৰ সৈতে জাৰ্মানীত বিভিন্ন অৱসৰ বিনোদনৰ মুহূৰ্ত পাৰ কৰি আহিছে শ্বেলীয়ে ৷

অসমলৈ উভতি অহাৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই অবনি আৰু শ্বেলী কোঁচে ৷ কিন্তু অতি শীঘ্ৰেই নিজৰ আপোন ঠাই খনলৈ উভতি আহিব বুলি জানিবলৈ দিয়ে অবনিয়ে ৷

Intro:Pathsala Facebook love Germany

হিটলাৰৰ দেশত অসমৰ অৱনী ll

ফেচবুক প্ৰেমৰ পৰিনতিত এতিয়া জাৰ্মানীত কৰ্মৰত অৱনী ll

শ্বেলী অাৰু অৱনীয়ে চলাইছে সুখৰ সংসাৰ ll

6 মাহত জাৰ্মান ভাষা শিকিছে অৱনী যে llBody:Pathsala Facebook love Germany

পাঠশালা,২৮ চেপ্তেম্বৰ: 2015 ত Facebook প্ৰেম ৰ পৰিনতিত সুদূৰ জাৰ্মানীৰ পৰা এগৰাকী সুন্দৰী অসমলৈ আহি এজন অসমীযা যুবকৰ সতে বিয়া হোৱা ঘটনা হয়তো আপোনালোকে পাহৰা নাই l কিন্তু তেওঁলোক কেনে অাছে বা তেওঁলোকৰ সংসাৰ কেনে চলিছে জানিবলৈ মন নাযায় নে আপোনালোকৰ l অামি দেখুৱাব ওলাইছো যে জাৰ্মানীৰ shally অাৰু অসমৰ অবনি কোচ বাৰু এতিয়া কেনে অাছে? এক ৰিপৰ্ট -

Vo - 1

বৰপথাৰ ৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান অবনি কোঁচ l ফেচবুক প্ৰেমৰ পৰিনতিত সকলোকে আচৰিত কৰি সুদুৰ জাৰ্মানীৰ পৰা অবনি ৰ ওচৰলৈ সকলো এৰি গুচি আহিছিল সুন্দৰী shally l অসমীযা ৰীতি নীতি অনুসাৰে হৈ যোৱা তেওঁলোকৰ বিয়াখনে শিৰোনাম দখল কৰিছিল অসমৰ সংবাদ মাধ্যমত l পিছে দুয়োৰে বাৰু এতিয়া কেনে চলিছে সংসাৰ??

Vo - 2

হয় l এতিয়া হিটলাৰৰ দেশত অসমৰ অবনি কোঁচ l প্ৰেমৰ পৰিনতিত অসমৰ গ্ৰাম্য জীৱনৰ পৰা জাৰ্মানীলৈ গৈ কৰ্ম সংস্থাপন ও পাইছে অবনি এ l জাৰ্মানীত থাকি এতিয়া সুখী এ অবনি l তথাপি মনত পৰে নিজৰ গাৱ খনলৈ অাৰু অসমলৈ l সম্প্ৰতি পৰি নামেৰে কণমানি এজনী ও আহিছে দুয়োৰে জীৱনলৈ l ককাকৰ লগত ও এনেদৰে উমলি জামলি সময় কটাইছে কণমানি জনী এ l অৱনী এতিয়া কৰ্মৰত জাৰ্মানীত l তাত এটা উদ্যোগত চাকৰি পাইছে অবনি এ l আনকি 6 মাহত জাৰ্মান ভাষা ও শিকি আয়ত্ত কৰিছে অবনি এ l তাৰ মাজতে সদায় ফোনযোগে যোগাযোগ ৰাখিছে নিজ মাতৃ অাৰু পৰিয়ালৰ সতে l সোনকালে ই পত্নী সন্তান সহ আকৌ অসমলৈ আহিব অবনি l whatsap ৰ জৰিয়তে আমালৈ অবনি অাৰু shally এ প্ৰেৰণ কৰিছে মনৰ খবৰ l

Byte - অবনি কোঁচ ll

Vo - 3

নিজৰ কৰ্ম জীবন ৰ মাজেৰে জাৰ্মানী ত এতিয়া shally অাৰু অবনি ৰ সুখৰ সংসাৰ l painting কৰি জীবন জীবিকা ত ব্যস্ত shally কোচ l এইবোৰ দেখিছে shally ৰ শিল্প কৰ্ম্মৰ নিদৰ্শন l তাৰ মাজতে স্বামী অবনি ৰ সতে জাৰ্মানীত বিভিন্ন অৱসৰ বিনোদনৰ মুহূৰ্ত পাৰ কৰে দুয়ো l কিন্তু অসমৰ প্ৰতি ও shally ৰ মনত এতিয়া অসীম শ্ৰ্দ্ধা অাৰু আছে মৰম ll

Byte - shally কোঁচ l

End Vo

অসমলৈ কেতিয়া উভতি আহিব তেনে পৰিকল্পনা এতিয়া লৈ গ্ৰহণ কৰা নাই অবনি এ l তথাপি আহিৱ l কিন্তু দুয়োৰে এনে প্ৰেম কাহিনী এ সীমা আৰু দূৰত্বৰ পৰিধি ভাঙি যি সাহসী পদক্ষেপ গ্ৰহন কৰি সুখী হৈছে সেয়া সচাকৈ এ দুৰ্লভ l অামি দুয়োৰে বাবে যাঁচিছো শুভকামনা llConclusion:Pathsala Facebook love Germany

বাইট-১
ভিডিঅ'-৮
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.