ETV Bharat / state

কলগাছিয়াৰ বিদ্যালয়ত চুৰিকাণ্ড - kolgachia school thief

তলা ভাঙি চোৰে লুটি লৈ গ'ল কম্পিউটাৰ বেটাৰীসহ বহুতো সামগ্ৰী

কলগাছিয়াত বিদ্যালয়ত চুৰিকাণ্ড
author img

By

Published : May 9, 2019, 3:54 PM IST

কলগাছিয়া, 9 মে': কলগাছিয়াৰ বিদ্যালয়ত সোমাল চোৰ ৷ নিশা কলগাছিয়াৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে প্ৰৱেশ কৰি লুটি লৈ গ'ল কম্পিউটাৰ,বেটাৰীসহ ভালেমান সামগ্ৰী ৷

কলগাছিয়াত বিদ্যালয়ত চুৰিকাণ্ড

বিদ্যালয়খনত নিশা চকীদাৰ নথকা হেতুকে সুবিধা বুজি কম্পিউটাৰ লেৱৰ পৰা চোৰে লৈ যায় 8 টা মনিটৰ, 8 খন কী-বৰ্ডৰ লগতে 6 টাকৈ বেটাৰী ৷ ৰাতিপুৱা বিদ্যলয়খনৰ কৰ্মচাৰী উপস্থিত হোৱাৰ পাচতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷

Intro:slug: as_jania_9may_computer_theft_vis1+byt2+pho1_asc10058

জনিয়া, ৯ মে: দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চুৰিকাণ্ড। কলগাছিয়াৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ ছাফাই অভিযান।Body:slug: as_jania_9may_computer_theft_vis1+byt2+pho1_asc10058

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে বিদ্যালয়খনৰ গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি কম্পিউটাৰ লেৱৰ তলা ভাঙি ৮ টা মনিটৰ, ৮ টা কিবৰ্ড, ৬ টা বেটাৰী সহ ৮ মাউচ চোৰে চুৰি কৰি লৈ যায়। ৰাতিপুৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিদ্যালয়ত আহি ঘটনা প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানা এলেকাৰ বিভিন্ন বিদ্যালয়, বজাৰ, মছজিদ আদিত সঘণাই চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত কলগাছিয়া আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয়।Conclusion:slug: as_jania_9may_computer_theft_vis1+byt2+pho1_asc10058

বাইট: বিদ্যালয়ৰ উপাধক্ষ্য আৰু ছাত্ৰৰ মন্তব্য।

স্বফিকুল হাছান, জনিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.