- বৰপেটাত শিহৰণকাৰী ঘটনা
- এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা (Spot Dead)
- ফলত থিতাতে মৃত্যু হয় লোকজনৰ (Road accident)
- বৰপেটা প্ৰেছক্লাৱৰ সমীপৰ ৰাইনো ক্লাৱৰ সন্মুখত পথৰ দাঁতিত ফল-মূল বিক্ৰী কৰিছিল লোকজনে
- মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা ৰিছান নামৰ আলট্ৰা বাছখনে মহতিয়াই নিয়ে লোকজনক
- মৃত লোকজন বৰপেটা চহৰৰ ফাটাহাটীৰ মুনি ওঁজা বুলি জানিব পৰা গৈছেবৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন
বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন - বৰপেটা প্ৰেছক্লাৱ
বৰপেটাত শিহৰণকাৰী ঘটনা (Road Accident in Barpeta) ৷ এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা ৷ থিতাতে মৃত্যু লোকজনৰ ৷

বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনা
- বৰপেটাত শিহৰণকাৰী ঘটনা
- এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা (Spot Dead)
- ফলত থিতাতে মৃত্যু হয় লোকজনৰ (Road accident)
- বৰপেটা প্ৰেছক্লাৱৰ সমীপৰ ৰাইনো ক্লাৱৰ সন্মুখত পথৰ দাঁতিত ফল-মূল বিক্ৰী কৰিছিল লোকজনে
- মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা ৰিছান নামৰ আলট্ৰা বাছখনে মহতিয়াই নিয়ে লোকজনক
- মৃত লোকজন বৰপেটা চহৰৰ ফাটাহাটীৰ মুনি ওঁজা বুলি জানিব পৰা গৈছেবৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন
Last Updated : Aug 31, 2022, 12:53 PM IST