ETV Bharat / state

বৰপেটা ৰোডত টাটা মেজিকৰ খুন্দাত শিশুসহ আহত 6 জন

31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকাৰ সময়তে ব্যক্তিকেইগৰাকীক পাচফালৰ পৰা মহতিয়াই নিয়ে টাটা মেজিকখনে ৷ দু্ৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 4 জনকৈ লোক ৷

author img

By

Published : Mar 30, 2019, 7:52 PM IST

BARPETA

বৰপেটা,30 মাৰ্চঃবৰপেটাৰোডত পথ দুৰ্ঘটনা ৷ শনিবাৰে বিয়লি টাটা মেজিকে মহতিয়াই নিলে 6 জনকৈ লোক ৷ দুৰ্ঘটনা সংঘটিত কৰি টাটা মেজিকখনৰ চালকৰ পলায়ন ৷

টাটা মেজিকৰ খুন্দাত শিশুসহ আহত 6 জন

দুৰ্ঘটনাটোত আহত লোকসকল ক্ৰমে হালিমা খাতুন, ছফিকুল ইছলাম, লালভানু বেগম, ৰেজীয়া খাতুন, ছুফিয়া বেগমআৰু ফাতিমা বেগম বুলি জানিব পৰা হৈছে ৷ঘটনা অনুসৰি শনিবাৰে বিয়লি বৰপেটাৰ মন্দিয়াত এন আৰ চিৰ সাক্ষী দি উভতি অহাৰ সময়তে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ বৰপেটাৰোডৰ শিমলাগুৰীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থাকোতেই ব্যক্তিকেইগৰাকীক পাচফালৰ পৰা মহতিয়াই নিয়ে AS-26C-0998 নম্বৰৰ টাটা মেজিক খনে ৷ ইয়াৰে হালিমা খাতুন, ছফিকুল ইছলাম,লালভানু বেগম আৰু ছুফিয়া বেগমক উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে টাটা মেজিকখনৰ চালকজনে।

Slug:     A_BAR_30_MAR_805_BARPETA_ACCIDENT_VIS_BAPKAN_DAS            বৰপেটাৰোডত ভয়াবহ পথ দূৰ্ঘটনা ৷ টাটা মেজিকৰ খুন্দাত শিশু সহ গুৰতৰ ভাৱে আহত ৬ জন ৷ 

বৰপেটা ৩০ মাৰ্চ: আহত লোক সকল লক্ষিমপুৰৰ ৷  আহত লোক সকল ক্ৰমে হালিমা খাতুন (১৫) ছফিকুল ইছলাম (২৭) লালভানু বেগম (৩০) ৰেজীয়া খাতুন (৪২) ছুফিয়া বেগম (৬০) আৰু ফাতিমা বেগম(২)
 AS 26C  0998 নম্বৰৰ টাটা মেজিক বাহনে পিছপিনৰ পৰা খুন্দিয়াই লোক সকলক ৷
বৰপেটাৰ মন্দিয়াত এন আৰ চিৰ সাক্ষী দিবলৈ আহিছিল লোক কেইজন ৷ মন্দিয়াত এন আৰ চিৰ সাক্ষী দি বৰপেটাৰোডৰ শিমলাগুৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত বাছৰ পৰা নামি  ৰেলৱে ষ্টেচন অভিমুখে আহি থাকোতেই সংঘটিত হয় এই  পথ দূৰ্ঘটনা ৷ ইয়াৰে হালিমা খাতুন  ছফিকুল ইছলাম লালভানু বেগম আৰু ছুফিয়া বেগম উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে ৷ দূৰ্ঘটনা সংঘটিত কৰি টাটা মেজিক খনৰ চালকৰ পলায়ন ।                                  

 --- বাপকন দাস, বৰপেটা                                             
 ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.