ETV Bharat / state

নিখিল ভাৰত কৃষক সভাৰ অভিনৱ প্ৰতিবাদ

অভিনৱ প্ৰতিবাদ সাব্যস্ত নিখিল ভাৰত কৃষক সভাৰ ৷ ৰূপাকুছিৰ চাউল উখোৱাত দীৰ্ঘদিনৰ পৰা হৈ থকা গৰাখহনীয়া সমস্যাৰ বিৰুদ্ধে স্থানীয় প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পানীত নামি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ একাংশ সদস্যই ৷

Protest of Nikhil Bharat krishak Sabha jania barpeta assam etv bharat news
অভিনৱ প্ৰতিবাদ সাব্যস্ত
author img

By

Published : Jul 20, 2020, 5:35 PM IST

জনিয়া,20 জুলাই: বৰপেটা জিলাৰ জনিয়া সমষ্টিত অভিনৱ প্ৰতিবাদ সাব্যস্ত নিখিল ভাৰত কৃষক সভাৰ ৷ সোমবাৰে সংগঠনটোৱে কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰূপাকুছিৰ চাউল উখোৱাত সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷ বিশেষকৈ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা হৈ থকা গৰাখহনীয়া সমস্যাৰ বিৰুদ্ধে স্থানীয় প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পানীত নামি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ একাংশ সদস্যই ৷

অভিনৱ প্ৰতিবাদ সাব্যস্ত

চাউল উখোৱা নদীৰ গৰাখহনীয়াই অঞ্চলটোৰ মথাউৰি খহাই নিয়াৰ ফলত ৰূপাকুছি অঞ্চললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ উক্ত অঞ্চলটো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । লগতে কাদং গাঁও পঞ্চায়তৰ সভাপতি-সচিবৰ জৰিয়তে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ বিষয় সন্দৰ্ভত প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ ৷

লগতে চাওকঃ যোৰহাট-মাজুলীৰ মাজত যোগাযোগ বিচ্ছিন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.