ETV Bharat / state

২৪ জানুৱাৰীৰ পৰা বৰপেটাত গ্ৰন্থ উৎসৱ

author img

By

Published : Jan 20, 2020, 12:42 PM IST

Updated : Jan 20, 2020, 2:23 PM IST

আনহাতে গ্ৰন্থ উৎসৱৰ স্মৰণিকা "হাৰিজান" উন্মেচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। ২৪ জানুৱাৰীত বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰক "বৰপেটা ৰত্ন" বঁটা প্ৰদান কৰা হ'ব।

বৰপেটাত গ্ৰন্থ উৎসৱ
বৰপেটাত গ্ৰন্থ উৎসৱ

বৰপেটা,২০ জানুৱাৰীঃ আগন্তুক ২৪ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হ’ব গ্ৰন্থ উৎসৱ । গ্ৰন্থ উৎসৱ সন্দৰ্ভত দেওবাৰে বৰপেটা প্ৰেছক্লাবত গ্ৰন্থ উৎসৱ সমিতিয়ে অনুষ্ঠিত কৰে, এখন সংবাদমেল। গ্ৰন্থ উৎসৱৰ সভাপতি প্ৰিয়ৰঞ্জন দাস আৰু মুখ্য সম্পাদক বিদ্যৎ কুমাৰ দাসে সংবাদমেলত সদৰি কৰা মতে,বৰপেটাৰ বিধায়ক গুণীন্দ্ৰনাথ দাসৰ দ্বাৰা মুকলি কৰিবলগীয়া গ্ৰন্থ উৎসৱখনৰ উদ্ধোধন কৰিব বিশিষ্ট চিকিৎসক ডাঃ চৈয়দ আহমদ জাদিদে।

গ্ৰন্থ উৎসৱ

লগতে পঢ়কঃ আমি ধৰিত্ৰী বচাব নোৱাৰিলে দেশ বচাই লাভ নাইঃ যাদৱ পায়েং

আনহাতে গ্ৰন্থ উৎসৱৰ স্মৰণিকা "হাৰিজান" উন্মেচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃধ্ৰুৱজ্যোতি বৰাই। ২৪ জানুৱাৰীত বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰক "বৰপেটা ৰত্ন" বঁটা প্ৰদান কৰা হ'ব। সামৰণি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা আৰু বিশিষ্ট সাংবাদিক দিগন্ত দাস। আনহাতে গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব বুলি সংবাদ মেলত সদৰী কৰে সমিতিখনে ৷

Intro:
বৰপেটা, ২০ জানুৱাৰীঃ ‘আমি বৰপেটীয়া ফেচবুক ফৰাম'ৰ উদ্যোগত অহা ২৪ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বিস্তৃত কার্যসূচীৰে বৰপেটাত অনুষ্ঠিত হ’ব গ্ৰন্থ উৎসৱ । গ্ৰন্থ উৎসৱ সন্দৰ্ভত দেওবাৰে বৰপেটা প্রেছ ক্লাৱত গ্রন্থ উৎসৱ সমিতিয়ে অনুষ্ঠিত কৰে, এখন সংবাদমেল। Body:বৰপেটা গ্রন্থ উৎসৱৰ সভাপতি প্ৰিয়ৰঞ্জন দাস আৰু মুখ্য সম্পাদক বিদ্যুৎ কুমাৰ দাসে সংবাদমেলত সদৰি কৰা মতে বৰপেটাৰ বিধায়ক গুণীন্দ্রনাথ দাসে দ্বাৰ মুকলি কৰিব লগা গ্রন্থ উৎসৱ উদ্ধোধন কৰিব বিশিষ্ট চিকিৎসক ডাঃ চৈয়দ আহমদ জাদিদে । আনহাতে গ্রন্থ উৎসৱৰ স্মৰণিকা "হাৰিজান'’ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্রুৱজ্যোতি বৰাই । ২৪ জানুৱাৰীত বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্রক "বৰপেটা ৰত্ন”বঁটা প্রদান কৰা হব। সামৰণি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড0 অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহন কৰাৰ লগতে বিশিষ্ট অতিথি হিচাবে অসম চৰকাৰৰ মূখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী , স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাস,জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা আৰু বিশিষ্ট সাংবাদিক দিগন্ত দাসে অংশগ্রহন কৰিব। গ্রন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হব বুলি সংবাদ মেলত সদৰী কৰা হয় ।

Conclusion:--- বাপকন দাস, বৰপেটা ৷
Last Updated : Jan 20, 2020, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.