পাঠশালা, 29 অক্টোবৰ: মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হল বিশ্ব ষ্ট্ৰোক দিৱস ৷ এই উপলক্ষে বৰপেটা জিলাৰ পাঠশালত আয়োজন কৰা হল এক বৃহৎ চাইকেল ৰেলী ৷ মূলত ষ্ট্ৰোক সম্পর্কে জনসাধাৰণৰ মনত সজাগতা বৃদ্ধিৰ উদ্দশ্যে 'পাঠশালা সমন্বয়'ৰ উদ্যোগত উলিওৱা এই চাইকেল ৰেলীত বৃহত্তৰ পাঠশালা অঞ্চলৰ কেইবাটাও চাইক্লিং গ্ৰুপে অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা এক বার্তালাপত আয়োজক সমিতিয়ে পাঠশালা সমন্বয়ৰ প্ৰয়াত সদস্য হিৰণজিৎ ডেকাই ষ্ট্ৰোকত মৃত্যুবৰণ কৰাৰ পাছতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই অনুষ্ঠান আয়োজন কৰাৰ কথা সদৰি কৰে ৷ ইফালে অনুষ্ঠানটোত পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আদিকে ধৰি বহুলোক উপস্থিত থাকে ৷
পাঠশালাত বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে বৃহৎ চাইকেল ৰেলী - পাঠশালাত বৃহৎ চাইকেল ৰেলী
29 অক্টোবৰত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস ৷

পাঠশালা, 29 অক্টোবৰ: মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হল বিশ্ব ষ্ট্ৰোক দিৱস ৷ এই উপলক্ষে বৰপেটা জিলাৰ পাঠশালত আয়োজন কৰা হল এক বৃহৎ চাইকেল ৰেলী ৷ মূলত ষ্ট্ৰোক সম্পর্কে জনসাধাৰণৰ মনত সজাগতা বৃদ্ধিৰ উদ্দশ্যে 'পাঠশালা সমন্বয়'ৰ উদ্যোগত উলিওৱা এই চাইকেল ৰেলীত বৃহত্তৰ পাঠশালা অঞ্চলৰ কেইবাটাও চাইক্লিং গ্ৰুপে অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা এক বার্তালাপত আয়োজক সমিতিয়ে পাঠশালা সমন্বয়ৰ প্ৰয়াত সদস্য হিৰণজিৎ ডেকাই ষ্ট্ৰোকত মৃত্যুবৰণ কৰাৰ পাছতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই অনুষ্ঠান আয়োজন কৰাৰ কথা সদৰি কৰে ৷ ইফালে অনুষ্ঠানটোত পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আদিকে ধৰি বহুলোক উপস্থিত থাকে ৷
বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে পাঠশালাত বৃহৎ চাইকেল ৰেলী। Body:PATHSALA WORLD STORKE DAY
পাঠশালা, ২৯ অক্টোবৰ: সমগ্র বিশ্বত আজি পালন কৰা হৈছে ষ্ট্ৰোক দিৱস। পাঠশালাত এই দিৱস উপলক্ষে উলিওৱা হয় এক বৃহৎ চাইকেল ৰেলী। 'পাঠশালা সমন্বয়'ৰ উদ্যোগত উলিওৱা ৰেলীটোত অঞ্চলটোৰ কেবাটাও চাই ক্লিং গ্ৰুপে অংশগ্রহণ কৰে। উল্লেখ্য যে পাঠশালা সমন্বয়ৰ প্ৰয়াত সদস্য হিৰণজিৎ ডেকাই ষ্ট্ৰোকত আক্রান্ত হৈ মৃত্যু বৰণ কৰাৰ পাচৰে পৰা ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। ৰেলীটোয়ে পাঠশালা নগৰৰ লগতে কাষৰীয়া অঞ্চলতো ৰাইজৰ মাজত ষ্ট্ৰোক ৰ সজাগতাৰ বাবে প্ৰচাৰ চলায়। অনুষ্ঠানটোত পাঠশালা বজাৰ সমিতির সভাপতি গিৰিধৰ চৌধুরী, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আদি উপস্থিত থাকে।
Conclusion:বাইট-২
ভিডিঅ'-৪
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।