ETV Bharat / state

জনীয়াত জলমগ্ন চৰচৰীয়াবাসী - etv bharat

উল্লেখ্য যে চৰকাৰী সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত একাংশ গাওবুঢ়াই চৰম খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে

চৰচৰীয়াবাসী
author img

By

Published : Jul 17, 2019, 3:30 PM IST

জনীয়া,১৭ জুলাইঃ জনীয়া সমষ্টিৰ চৰচৰীয়াত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ পৰিস্থিতি ৷ বেঁকী নৈৰ বাঢ়নী পানী বাঢ়ি অহাৰ লগে লগে গাওঁখনৰ শতাধিক পৰিয়াল এতিয়া জলবন্দী। একাংশ লোকে টিনপাত নথকা জহি খহি যোৱা এখন অংগনবাড়ী কেন্দ্ৰত আশ্ৰয় লৈছে যদিও বেঁকী নৈৰ খহনীয়াই কেন্দ্ৰটোলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। খাদ্য,বিশুদ্ধ খোৱা পানীৰ ওপৰিও পশু খাদ্যৰ অভাৱত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । অঞ্চলটোৰ সমাজকৰ্মী আব্দুছ ছামাদে নিজাববীয়াকৈ চিৰা,মুৰি,বিস্কুট আদি বিতৰণ কৰিছে। উল্লেখ্য যে চৰকাৰী সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত একাংশ গাওবুঢ়াই চৰম খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

Intro:slug : as_jania_17jul_lamentation_in_the_flood_vis4+byt1_spl_story_asc10058

জনীয়া, ১৭ জুলাই: জনীয়া সমষ্টিৰ চৰচৰীয়াত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি।Body:slug : as_jania_17jul_lamentation_in_the_flood_vis4+byt1_spl_story_asc10058

বেকী নৈৰ বাঢ়নি পানী বাঢ়ি অহাৰ লগে লগে গাও খনৰ শতাধিক পৰিয়াল জলবন্দী হৈছে। একাংশ লোকে টিনপাত নথকা জহি খহি যোৱা এখন অংগনৱাড়ী কেন্দ্ৰত আশ্ৰয় লৈছে যদিও বেঁকী নৈৰ খহনীয়াই কেন্দ্ৰটোলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। খাদ্য, বিশুদ্ধ খোৱা পানীৰ ওপৰিও পশু খাদ্যৰ অভাৱত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । অঞ্চলটোৰ সমাজ কৰ্মী আব্দুছ ছামাদে নিজাববীয়াকৈ চিৰা, মুৰি, বিস্কুট আদি বিতৰণ কৰিছে। অৱশ্যে চৰকাৰী সাহাৰ্য্য বিতৰণৰ ক্ষেত্ৰত একাংশ গাও বুঢ়াই চৰম খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে ছামাদে।Conclusion:slug : as_jania_17jul_lamentation_in_the_flood_vis4+byt1_spl_story_asc10058

বাইট: বানাক্ৰান্তৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.