ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ

author img

By

Published : Jan 7, 2021, 3:32 PM IST

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত আৰু কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত কলগাছিয়াৰ বনঘুগীত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ। তিতাপানী আঞ্চলিক সমিতিৰ লগতে জনীয়াৰ বিধায়কে আন্দোলনত অংশগ্ৰহণ।

কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ
কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ

জনীয়া,7 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৈ কৃষি আইন বাতিল আৰু এম এছ পি গেৰান্টী প্ৰৱৰ্তনৰ দাবীত বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ তিতাপানী আঞ্চলিকে বনঘুগী চ'কত পথ অৱৰোধ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্যযোগ্য যে,26 নবেম্বৰৰ পৰা দিল্লীত অব্যাহত আছে ঐতিহাসিক কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ ফলত অৰ্ধশতাধিক আন্দোলনকাৰী কৃষকে শ্বহীদৰ মৃত্যু বৰণ কৰাৰ পিছতো হৃদয় স্পৰ্শ কৰা নাই কৰ্পৰেটৰ হাতৰ পুতলা বিজেপি চৰকাৰ খনৰ। কৃষক আন্দোলনৰ সমৰ্থনত বৃহস্পতিবাৰে কলগাছিয়াত প্ৰতিবাদকাৰী সকলৰ সৰ্মথনত বনঘুগীত পথ অৱৰোধত কৰা জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ বাহন আবদ্ধ হৈ পৰে । তাৰ পাছতে বিধায়ক গৰাকীয়ে আন্দোলনত অংশগ্ৰহণ কৰি চৰকাৰৰ কৃষকৰ আন্দোলনৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ওপৰত ভাষণ প্ৰদান কৰে ।

লগতে পঢ়কঃ অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.