ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ - case file against CAA

প্ৰতিবাদকাৰীক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে চৰকাৰে প্ৰশাসনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি চৰকাৰক গৰিহণা দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷

জনিয়া
CA(A)ৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ
author img

By

Published : Dec 16, 2019, 11:51 PM IST

জনিয়া,16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ অসম ৰাজ্যিক জমিয়তৰ।

CA(A)ৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ
অসম চুক্তিক নস্যাৎ কৰি হিটলাৰী পদ্ধতিৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন 2019 গৃহীত কৰা বুলি মন্তব্য কৰে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে।

আনহাতে,মহামান্য উচ্চ ন্যায়ালয়ৰ কেচ ডায়েৰী নম্বৰ ৪৫৫০৩/২০১৯ বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। প্ৰতিবাদকাৰীক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে চৰকাৰে প্ৰশাসনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি চৰকাৰক গৰিহণা দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷ তাৰোপৰি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ অখিল গগৈ আৰু আছুৰ নেতা সকলক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰে ৷ লগতে গণতান্ত্ৰিক আন্দোলন কৰা কৃষক নেতা অখিল গগৈক মুকলি কৰি দিয়াৰো দাবী জনাই বিধায়ক গৰাকীয়ে ।

আৰু পঢ়কঃ দৰঙত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

Intro:Body:

👉 CAA ৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ অসম ৰাজ্যিক জমিয়তৰ।

👉 অসম চুক্তিক নস্যাত কৰি হিটলাৰী পদ্ধতিৰে CAB গৃহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ।

👉 মহামান্য উচ্চ ন্যায়ালয়ৰ কেচ ডায়েৰী নম্বৰ হৈছে ৪৫৫০৩/২০১৯।

👉 আজি দাখিল কৰা হয় এই গোচৰ। 

👉 এই গোষণা জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ।

👉 আন্দোলনকাৰীক অত্যাচাৰ নকৰিবলৈ সকীয়নি বিধায়ক গৰাকীৰ।

👉 চৰকাৰৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ অখিল গগৈ আৰু আছুৰ নেতা সকলক গ্ৰেপ্তাৰ বুলি তাচ্ছিল্য।

👉 চৰকাৰে পুলিচ প্ৰশাসনক অপব্যৱহাৰ কৰাৰ  অভিযোগ তুলি চৰকাৰক গৰিহণা দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।

👉 গণতান্ত্ৰিক আন্দোলন কৰা অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী বিধায়ক গৰাকীৰ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.